ETV Bharat / state

বোকাখাতত পেৰা আৰু পুৰিৰ সোৱাদ ল'লে মুখ্যমন্ত্ৰীয়ে

বোকাখাতৰ হোটেলত কলপাতত পুৰি ভাজিৰ সোৱাদ লয় মুখ্যমন্ত্ৰীৰ লগতে বিধায়িকা আঙুৰলতা ডেকাই ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে আগন্তুক শাৰদীয় দুর্গা পূজা উপলক্ষে সমগ্ৰ অসমবাসীলৈ আন্তৰিক শুভেচ্ছা জ্ঞপন কৰে ।

বোকাখাতত পেৰা আৰু পুৰিৰ সোৱাদ ল'লে মুখ্যমন্ত্ৰীয়ে
author img

By

Published : Oct 1, 2019, 9:10 PM IST

গোলাঘাট,1অক্টোবৰঃ বোকাখাতৰ গজৰাজ হোটেলত বিধায়িকা আঙুৰলতা ডেকাৰ সৈতে পুৰি ভাজিৰ সোৱাদ ল'লে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ বোকাখাতৰ গজৰাজ হোটেলত কলপাতত পুৰি ভাজিৰ সোৱাদ লৈ ছাত্ৰ জীৱনৰ স্মৃতি ৰোমন্থন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে । সদৌ অসম ছাত্ৰ সন্থাৰ লগত জড়িত থকাৰ সময়ৰে পৰা বোকাখাতৰ গজৰাজ হোটেলত কলপাতত পুৰি ভাজি খাই অহা বুলি সাংবাদিকৰ আগত মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে আগন্তুক শাৰদীয় দুর্গা পূজা উপলক্ষে সমগ্ৰ অসমবাসীলৈ আন্তৰিক শুভেচ্ছা জ্ঞপন কৰে ।

Intro:Body:বোকাখাটৰ হোটেলত পুৰি ভাজিৰ সোৱাদ ললে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। বোকাখাটৰ কলপাতত পুৰি ভাজি বিক্ৰী কৰা হোটেলত মুখ্যমন্ত্ৰীৰ লগত বিধায়িকা আঙুৰলতাও সোৱাদ ললে পুৰি ভাজিৰ। বোকাখাটৰ গজৰাজ হোটেলত কলপাতত পুৰি ভাজিৰ সোৱাদ লয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে। হোটেলত পুৰিৰ সোৱাদ লৈ ছাত্ৰ জীৱনৰ স্মৃতি ৰোমন্থন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে। সদৌ অসম ছাত্ৰ সন্থাৰ লগত জড়িত থকাৰ সময়ৰে পৰা বোকাখাটৰ গজৰাজ হোটেলত কলপাতত পুৰি ভাজি খাই আহা বুলি সাংবাদিকক জনাই। লগতে মুখ্য মন্ত্ৰী গৰাকীয়ে আগন্তুক শাৰদীয় দূর্গা পূজা উপলক্ষে সমগ্ৰ অসমবাসীলৈ আন্তৰিক শুভেচ্ছা ঞ্জাপন কৰে।Conclusion:Byte :মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল।
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.