ETV Bharat / state

গোলাঘাটত বন্যহস্তীৰ উপদ্ৰৱত আতংকিত ৰাইজ - বন্য হস্তী

ভয়-আশংকাত দিন কটাইছে অঞ্চলবাসীয়ে । কিন্তু বন্যহস্তীৰ প্ৰতিৰোধৰ প্ৰতি কোনো গুৰুত্ব নাই বন বিভাগৰ লগতে গোলাঘাট জিলা প্ৰশাসনৰ  । সেই লৈ ক্ষুব্ধ হৈ পৰিছে ৰাইজৰ লগতে বিভিন্ন দল সংগঠন । সেই অঞ্চলত থকা বৃহৎ বনৰীয়া হাতীৰ জাকটোক বনাঞ্চললৈ খেদি পঠাবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে ।

গোলাঘাটত বন্য হস্তীৰ উপদ্ৰৱত আতংকিত ৰাইজ
author img

By

Published : Jun 23, 2019, 4:42 PM IST

গোলাঘাট, ২৩ জুনঃ গোলাঘাটৰ পংকা অঞ্চলত বনৰীয়া হাতীয়ে বিস্তৰ ক্ষতি সাধন কৰে ৰাইজৰ । বৃহৎ বন্যহস্তীৰ জাকটো দেখি আতংকিত ৰাইজ ।

গোলাঘাটত বন্য হস্তীৰ উপদ্ৰৱ

আজি কেইবাদিনো ধৰি গোলাঘাটৰ পংকা অঞ্চলত পোৱালী সহ বিচৰণ কৰি আছে হাতীৰ বৃহৎ জাকে । দিনে নিশাই উপদ্ৰপ চলাই আহিছে হাতীৰ জাকটোৱে । দিনৰ ভাগত খেতি পথাৰত উপদ্ৰপ চলোৱাৰ সমান্তৰাল ভাৱে সন্ধিয়া হলেই হাতীৰ জাকটোৱে কাষৰীয়া লেটেকুজান, পংকা, বৰচাপৰি, ৰংবং, বকিয়াল আদি অঞ্চলত ঘৰ-দুৱাৰ ,খেতি পথাৰত উপদ্ৰপ চলাই আহিছে । এতিয়া দিনৰ ভাগতে বন্য হস্তীৰ বিচৰণত আতংকিত অঞ্চলবাসী । ভয়-আশংকাত দিন কটাইছে অঞ্চলবাসীয়ে । কিন্তু বন্যহস্তীৰ প্ৰতিৰোধৰ প্ৰতি কোনো গুৰুত্ব নাই বন বিভাগৰ লগতে গোলাঘাট জিলা প্ৰশাসনৰ । সেই লৈ ক্ষুব্ধ হৈ পৰিছে ৰাইজৰ লগতে বিভিন্ন দল সংগঠন । সেই অঞ্চলত থকা বৃহৎ বনৰীয়া হাতীৰ জাকটোক বনাঞ্চললৈ খেদিবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে ।

লগতে আন এটা বাতৰি- ধেমাজিত দুষ্টচক্ৰৰ ছত্ৰছাঁয়াত অবাধ বন ধ্বংসজজ্ঞ

Intro:গোলাঘাট ৰ পংকা অঞ্চলত এটা বৃহৎ বন্য হস্তী জাকৰ অৱস্থান । আতংকিত অঞ্চলবাসী।
Body:আজি কেইবাদিনো ধৰি গোলাঘাট ৰ পংকা অঞ্চলত পোৱালী সহ বিচৰণ কৰি আছে হাতীৰ বৃহৎ জাকে । দিনে নিশাই উপদ্ৰপ চলাই আহিছে হাতীৰ জাকটোৱে । দিনৰ ভাগত খেতি পথাৰত উপদ্ৰপ চলোৱাৰ সমান্তৰাল ভাৱে সন্ধিয়া হলেই হাতীৰ জাকটোৱে কাষৰীয়া লেটকোজান, পংকা, বৰচাপৰি, ৰংবং, বকিয়াল আদি অঞ্চলত ঘৰ-দুৱাৰ ,খেতি পথাৰত উপদ্ৰপ চলাই আহিছে । এতিয়া দিনৰ ভাগতে বন্য হস্তী ৰ বিচৰণত আতংকিত অঞ্চলবাসী । ভয় আশংকাত ভুগিছে অঞ্চলটোৰ অঞ্চলবাসী Conclusion:Byte 1 : স্থানীয় বাসিন্দা
গোলাঘাট সমষ্টিৰ পৰা চামিম আলি , etv Bharat , অসম
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.