ETV Bharat / state

সন্তানক বুকুত লৈ এহাল পিতৃ-মাতৃৰ বিননি

অসুস্থ কণমানিক বুকুত লৈ গোলাঘাট নুমলীগড়ত এহাল পিতৃ মাতৃৰ বিননি । অসুস্থ কণমানি জনীক চিকিৎসা কৰিবলৈ হাহাকাৰ পিতৃ-মাতৃৰ । ইতিমধ্যেই ঘৰৰ মাটি ভেটি, পশুধন সকলো শেষ হ'ল কণমানি জনীৰ চিকিৎসাৰ নামত । কিন্তু সুস্থ হে কৰিব নোৱাৰিলে কণমানিজনীক।

কণমানিক বুকুত লৈ এহাল পিতৃ-মাতৃৰ বিননি
author img

By

Published : Jul 26, 2019, 3:08 PM IST

গোলাঘাট, ২৬ জুলাইঃ অসুস্থ কণমানিক বুকুত লৈ গোলাঘাট নুমলীগড়ত এহাল পিতৃ মাতৃৰ বিননি । অসুস্থ কণমানি জনীক চিকিৎসা কৰিবলৈ হাহাকাৰ পিতৃ-মাতৃৰ ।
গোলাঘাট নুমলীগড়ৰ চাহ বাগিচাৰ নিবাসী পিতৃ-মাতৃ ক্ৰমে প্ৰবীণ ঠাকুৰ আৰু জবিতা ঠাকুৰীয়াৰ একমাত্ৰ কন্যা সন্তান নাম লুহিতা ঠাকুৰীয়া । যোৱা তিনিটা মাহৰ আগতে হঠাতে অসুস্থ হৈ পৰা কণমানি লোহিতাক পিতৃ মাতৃয়ে নুমলীগড় NRL ৰ বিবেকানন্দ চিকিৎসালয়ত ভৰ্তি কৰে । কিন্তু চিকিৎসকে কণমানি জনী হৃদযন্ত্ৰৰ জটিল ৰোগত আক্ৰান্ত বুলি উন্নত চিকিৎসাৰ বাবে উন্নত চিকিৎসালয়লৈ নিবলৈ অনুৰোধ কৰে । দিন হাজিৰা কৰা পিতৃ মাতৃয়ে উপায়ন্তৰ হৈ দুমাহ দিন ধৰি অসমৰ বিভিন্ন চিকিৎসালয়ৰ দুৱাৰে দুৱাৰে ঘূৰি ফুৰিছে কিন্তু সুস্থ কৰিব পৰা নাই কণমানি জনীক । যাৰ বাবে দুঃচিন্তাত ভুগিছে পৰিয়ালটো । কণমানিজনীক এক জটিল অস্ত্ৰোপ্ৰচাৰৰ বাবে প্ৰয়োজন বৃহৎ পৰিমাণৰ ধনৰ । কিন্তু কৰ পৰা পাব , কেনেকৈ যোগাৰ কৰিব এই বৃহৎ পৰিমাণৰ ধন । কাৰণ দিন হাজিৰা কৰা পৰিয়ালটোৰ ইতিমধ্যেই ঘৰৰ মাটি ভেটি, পশুধন সকলো শেষ হ'ল কণমানি জনীৰ চিকিৎসাৰ নামত । কিন্তু সুস্থ হে কৰিব নোৱাৰিলে কণমানিজনীক। এতিয়া কণমানি জনীক বুকুত সাৱটি হাহাকাৰ কৰি ঘূৰি ফুৰিব লগা হৈছে ।

Intro:এহাল দৰিদ্ৰ পিতৃ মাতৃ ৰ হিয়াৰ আমঠু এজনী কণমানিক লৈ হৃদয় বিদাৰক বিননী। অসুস্থ কণমানিজনীক বুকুত লৈ এখন জীৱন মৰণৰ যুঁজত গোলাঘাট নুমলীগড়ৰ এহাল পিতৃ মাতৃ।
Body:পখিলা খেদা বয়সত কণমানি লোহিতাৰ হৃতযন্ত্ৰত এটা ফুটা।যাক লৈ বিনিদ্ৰ ৰজনী কতাইছে গোলাঘাট নুমলীগড়ৰ চাহ বাগিচাৰ লোহিতা ঠাকুৰৰ পিতৃ মাতৃ প্ৰবীণ ঠাকুৰ আৰু জবিতা ঠাকুৰে । যোৱা যোৱা তিনিটা মাহৰ আগতে হঠাতে অসুস্থ হৈ পৰা কণমানি লোহিতাক পিতৃ মাতৃয়ে নুমলীগড় NRL ৰ বিবেকানন্দ চিকিৎসালয়ত ভৰ্তি কৰে । কিন্তু চিকিৎসকে কণমানি জনীৰ হৃদযন্ত্ৰ ৰ জটিল ৰোগত আক্রান্ত বুলি উন্নত চিকিৎসাৰ বাবে উন্নত চিকিৎসাৰ বাবে অন্য চিকিৎসালয়লৈ নিবলৈ অনুৰোধ কৰে । দিন হাজিৰা কৰা পিতৃ মাতৃয়ে উপায়ন্তৰ হৈ আজি দুমাহ দিন ধৰি অসমৰ বিভিন্ন চিকিৎসালয়ৰ দুৱাৰে দুৱাৰে ঘূৰি ফুৰিছে কিন্তু সুস্থ কৰিব পৰা নাই কণমানি জনীক । যাৰ বাবে দুঃচিন্তা ত ভূগিছে পৰিয়ালটোৱে । কণমানি জনীক এক জটিল অক্টোপচাৰৰ বাবে প্ৰয়োজন বৃহৎ পৰিমাণৰ ধনৰ । কিন্তু কৰ পৰা পাব , কেনেকৈ যোগাৰ কৰিব এই বৃহৎ পৰিমাণৰ ধন । কাৰণ দিন হাজিৰা কৰা পৰিয়ালটোৱে ইতিমধ্যেই ঘৰৰ মাটি ভেঁটি, পশুধন সকলো শেষ হল কণমানি জনীৰ চিকিৎসা ৰ নামত । কিন্তু সুস্থ হে কৰিব নোৱাৰিলে । এতিয়া কণমানি ছোৱালী জনীক বুকুত সাৱটি দুৰ্ভগীয়া পৰিয়াল টোৱে উজাগৰে নিশা কটাব লগীয়া হৈছে ।Conclusion:Byte 1 : পিতৃ
Byte 2 : মাতৃ
গোলাঘাট পৰা চামিম আলি , etv bharat , অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.