ETV Bharat / state

৯৫ শতাংশ নম্বৰেৰে সৰুপথাৰ উজ্বলালে প্ৰেৰণা বৰাই

খেতিয়ক মদন বৰা আৰু মাখনি বৰাৰ জ্যেষ্ঠা কন্যা প্ৰেৰণাই আজৰি পৰত সাহিত্য চৰ্চা কৰি ভালপোৱাৰ লগতে কৃষি কৰ্মত পিতৃক ভূঁই-ৰুই,কঠীয়া তুলি সহায় কৰে

৯৫ শতাংশ নম্বৰেৰে সৰুপথাৰ উজ্বলালে প্ৰেৰনা বৰাই
author img

By

Published : May 16, 2019, 7:30 PM IST

ধনশিৰি, 16 মেঃ সফলতাৰ ক্ষেত্ৰত আৰ্থিক দৈন্যতা কেতিয়াও হেঙাৰ হ'ব নোৱাৰে ৷ সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰুপথাৰৰ ১নং গন্ধকৰৈ গাঁৱৰ বাসিন্দা তথা সৰুপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী প্ৰেৰনা বৰাই আটাইকেইটা বিষয়ত লেটাৰ নম্বৰসহ ৯৫ শতাংশ নম্বৰ লাভ কৰি ধনশিৰি মহকুমাৰ ভিতৰত শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হয় ৷ খেতিয়ক মদন বৰা আৰু মাখনি বৰাৰ জ্যেষ্ঠা কন্যা প্ৰেৰণাই আজৰি-পৰত সাহিত্য চৰ্চা কৰি ভালপোৱাৰ লগতে কৃষি কৰ্মত পিতৃকভূঁই-ৰুই,কঠীয়া সহায় কৰে ৷

Intro:সফলতাৰ ক্ষেত্ৰত আৰ্থিক দৈন্যতাই কেতিয়াও হেঙাৰ হব নোৱাৰে | মনৰ প্ৰৱল ইচ্ছা,একাগ্ৰতা থাকিলে সফলতা আপুনা আপুনি আহে,ইয়াৰ যেন জলন্ত উদাহৰণ ধনশিৰি মহকুমাৰ সৰুপথাৰৰ প্ৰৰণা বৰা | Body:সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰুপথাৰৰ ১নং গন্ধকৰৈ গাওঁৰ বাসিন্দা তথা সৰুপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী প্ৰেৰনা বৰাই এইবাৰ সকলোকেইটা বিষয়ত লেটাৰ নম্বৰসহ ৯৫ শতাংশ লাভ কৰি ধনশিৰি মহকুমাৰ ভিতৰতেই শীৰ্ষস্হান দখল কৰিবলৈ সক্ষম হয় | ১নং গন্ধকৰৈ গাওঁৰ খেতিয়ক পৰিয়ালৰ মদন বৰা আৰু মাখনি বৰাৰ জ্যেষ্ঠা কন্যাই চৰকাৰী বিদ্যালয়ত পাঠগ্ৰহন কৰা বাবে ইংৰাজী বিষয় শিক্ষকক চৰকাৰে NRC দায়িত্ব দিয়াত তেওঁ যথেষ্ঠ সমস্যাৰ সৃষ্টি হয় | আজৰি পৰত সাহিত্য চৰ্চা কৰি ভালপোৱা প্ৰেৰনাই কৃষি কৰ্মত পিতৃক পথাৰত ভু ৰুই,কঠিয়া তুলি সহায় কৰি আহিছে | বৰ্তমান বিজ্ঞান শাখাত উচ্চ শিক্ষা গ্ৰহন কৰি এগৰাকী সফল চিকিত্সক হোৱাৰ সপোন পুহি ৰাখিছে |
Conclusion:Byte 1 =প্ৰেৰনা

সৰুপথাৰৰ পৰা দেৱাশীষ শৰ্মাৰ ৰিপৰ্ট ETV BHARAT অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.