ETV Bharat / state

নদীত বিসৰ্জন বিজেপিৰ মুখপাত্ৰ মমিনুল আৱালৰ প্ৰতিকৃতি!

author img

By

Published : Sep 30, 2019, 8:14 PM IST

আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে কৰা মন্তব্যৰ বিৰোধিতা কৰিয়ে বিজেপি নেতা মমিনুল আৱালৰ প্ৰতিকৃতি গৰঙা নদীত বিসৰ্জন দিয়ে গোলাঘাট ঘিলাধাৰী আঞ্চলিক ছাত্ৰ সন্থাই

গোলাঘাটৰ নৈত বিসৰ্জন বিজেপি মুখপাত্ৰ মমিনুল আৱালৰ প্ৰতিকৃতি!

গোলাঘাট, 30 ছেপ্টেম্বৰঃ বিজেপি নেতা তথা মুখপাত্ৰ মমিনুল আৱালক গোলাঘাটত পুনৰ অপমান । মমিনুল আৱালৰ প্ৰতিকৃতি পথৰ ওপৰত চোচৰাই নৈত বিসৰ্জন দিয়ে সদৌ অসম ছাত্ৰ সন্থাই । আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে কৰা মন্তব্যৰ বিৰোধিতা কৰিয়ে বিজেপি নেতা মমিনুল আৱালৰ প্ৰতিকৃতি গৰঙা নদীত বিসৰ্জন কৰে গোলাঘাট ঘিলাধাৰী আঞ্চলিক ছাত্ৰ সন্থাই ৷

মমিনুল আৱালৰ প্ৰতিকৃতি ৰাজপথৰে বহুদূৰ চোচৰাই নি দলঙৰ পৰা নৈত বিসৰ্জন দিয়ে প্ৰতিবাদকাৰীসকলে । আনহাতে, প্ৰতিবাদৰ অন্তত আছুৰ বিৰুদ্ধে কোনো বিতৰ্কিত মন্তব্য প্ৰদান নকৰিবলৈ সকিয়াই দিয়ে বিজেপিৰ সংখ্যালঘু নেতা গৰাকীক ।

Intro:Body:বি জে পি নেতা মমিনুল আৱালক গোলাঘাটত পুনৰ অপমান। মমিনুল আৱালৰ প্ৰতিকৃতি পথৰ ওপৰত চোচৰাই নৈত বিসৰ্জন। আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে কৰা মন্তব্যৰ বিৰোধিতা কৰি বিজেপি নেতা মমিনুল আৱালৰ প্ৰতিকৃতি গৰঙা নদীত বিসৰ্জন। ঘিলাধাৰী আঞ্চলিক ছাত্ৰ সন্থাই কৰে এই প্ৰতিবাদ। মমিনুল আৱালৰ প্ৰতিকৃতি ৰাজপথৰে বহুদূৰ চোচৰাই নি দলঙৰ পৰা নৈত বিসৰ্জন দিয়ে । আছুৰ বিৰুদ্ধে এনে মন্তব্য প্ৰদান নকৰিবলৈ সকিয়নী বিজেপিৰ সংখ্যালঘু নেতা গৰাকীক।Conclusion:Byte 1: নেতা, আছু।
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.