ETV Bharat / state

কামৰ সন্ধানত বহিঃৰাজ্যলৈ গৈ থকা অৱস্থাত নিৰুদ্দেশ যুৱক

author img

By

Published : Jun 19, 2019, 3:28 PM IST

গোৱালপাৰাৰ পৰা বাংগালোৰলৈ যোৱাৰ পথত নিৰুদ্দেশ গোৱালপাৰাৰ যুৱক ৷ যুৱকজনৰ সন্ধানত পৰিয়ালৰ হাহাকাৰ ৷

কামৰ সন্ধানত বহিঃৰাজ্যলৈ গৈ থকা অৱস্থাত নিৰুদ্দেশ যুৱক

গোৱালপাৰা, 19 জুনঃ কামৰ সন্ধানত গোৱালপাৰা জিলাৰ সদৰ থানাৰ অন্তৰ্গত কুৰুৱাভাষাৰ পৰা বাংগালোৰলৈ গৈছিল চাৰিজনীয়া এটা যুৱকৰ দল৷ বাংগালোৰ এক্সপ্ৰেছেৰে গৈ থকা অৱস্থাতে ৰে'লষ্টেচনৰ পৰা নিৰুদ্দেশ হয় ৰোহিত সূত্ৰধৰ (৩৮) নামৰ যুৱকজন ৷ উল্লেখ্য যে, যোৱা ১৫ জুনত একে গাঁৱৰে মেলাৰাম সূত্ৰধৰৰ পুত্ৰ ৰোহিত সূত্ৰধৰ(৩৮), কালেন্দ্ৰ সূত্ৰধৰ, বনজিৎ সূত্ৰধৰ আৰু সুৰজিৎ সূত্ৰধৰে কৰ্মসূত্ৰে গোৱালপাৰাৰ পৰা বাংগালোৰলৈ গৈছিল । কিন্তু যোৱা ১৬ জুনৰ নিশা এক বজাত ৰোহিতৰ পৰিয়াললৈ ফোন আহে যে অন্ধ্ৰপ্ৰদেশৰ বিজয়ৱাৰা ষ্টেচনত নিশা ১২ বজাত নমাৰ পিচত পুনৰ দবাটোলৈ ঘূৰি নাহে ৰোহিত ।

বহু বিচাৰ খোচাৰ কৰিও লগৰ কেইজনে ৰোহিতৰ সন্ধান নাপাই পৰিয়ালৰ লোকক ফোন কৰি ঘটনা সন্দৰ্ভত জানিবলৈ দিয়ে ৷ উক্ত খবৰ পাই ৰোহিতৰ পৰিয়ালত এক হুৱাদুৱা পৰিস্থিতিৰ সৃষ্টি হয় আৰু যুৱকজনক বিচাৰি পৰিয়ালৰ লোক ঘটনাস্থলীলৈ ৰাওনা হয় । কোনো লোকে যুৱকজনৰ সন্ধান পালে ৭০৮৬১৬২৪৮১ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে ৷

লগতে পঢ়কঃ ছয়গাঁৱৰ খাৰাভাংগাত ৰে’লৰ খুন্দাত যুৱকৰ মৃত্যু

as_slug_gol_19jun_goalpara_missing_vis+byte_ftp_jahidul.

Ancho-গোৱালপাৰাৰ পৰা বাংগালোৰলৈ যোৱাৰ পথত গোৱালপাৰাৰ  যুৱক নিৰুদ্দেশ: পৰিয়ালত হাহাকাৰ::

Vol-গোৱালপাৰা জিলাৰ সদৰ থানাৰ অন্তৰ্গত কুৰুৱাভাষাৰ পৰা চাৰিজনীয়া এটি যুৱকৰ দল শ্ৰমিক হিচাপে কাম কৰিবলৈ বাংগালোৰলৈ বাংগালোৰ এক্সপ্ৰেছ ৰেলেৰে গৈ থকাত অৱস্থাত ৰোহিত সূত্ৰধৰ (৩৮) নামৰ এগৰাকী যুৱক ৰেলষ্টেচনৰ পৰা নিৰুদেশ হৈ যোৱা বাতৰিয়ে পৰিয়ালটোত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । ঘটনাৰ বিৱৰণী মতে যোৱা ১৫ জুনত একে গাৱৰে মেলাৰাম সূত্ৰধৰৰ পুত্ৰ ৰোহিত সুত্ৰধৰ(৩৮),  কালেন্দ্ৰ সূত্ৰধৰ, বনজিৎ সুত্ৰধৰ আৰু সুৰজিৎ সুত্ৰধৰে কৰ্মসূত্ৰে গোৱালপাৰাৰ পৰা  বাংগালোৰলৈ যোৱাৰ বাবে ঘৰৰ পৰা ওলাই গৈছিল। কিন্তু যোৱা ১৬ জুনৰ নিশা ১ বজাত লগৰীয়া সকলৰ পৰা ৰোহিত সূত্ৰধৰৰ পৰিয়াললৈ ফোন আহে যে ৰোহিত সুত্ৰধৰ অন্ধ্ৰপ্ৰদেশৰ বিজয়ভাৰা ষ্টেশনত নিশা ১২ বজাত নামিছিল যদিও পুনৰ দবাটোলৈ ঘূৰি নাহে। বহু বিচাৰ খোচাৰ কৰিও লগৰীয়া সকলে ৰোহিতৰ সন্ধান নাপাই পৰিয়ালৰ লোকক ফোন কৰি ঘটনা সন্দৰ্ভত জানিবলৈ দিয়ে। উক্ত খবৰ পাই ৰোহিতৰ পৰিয়ালত এক হুৱাদুৱা পৰিস্থিতিৰ সৃষ্টি হয় আৰু যুৱকজনক বিচাৰি পৰিয়ালৰ লোক ঘটনাস্থলীলৈ ৰাওনা হয়। কোনো লোকে উক্ত যুৱকজনৰ কোনো সন্ধান পালে ৭০৮৬১৬২৪৮১এই নম্বৰত যোগাযোগ কৰিবলৈ আবেদন জনাইছে।

Byte-পৰিয়ালৰ লোক

জাহিদুল ইছলাম, গোৱালপাৰা
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.