ETV Bharat / state

হাই মাদ্ৰাছাৰ তৃতীয় স্থানত গোৱালপাৰাৰ ইলিয়াছ ৰহমান

দৈনন্দিন ৬ ঘণ্টাকৈ অধ্যয়ন কৰি হাই মাদ্ৰাছা পৰীক্ষাত তৃতীয় স্থান পাবলৈ সক্ষম হোৱাৰ কথা উল্লেখ ইলিয়াছ ৰহমানৰ । ভৱিষ্যতে এজন সুদক্ষ চিকিৎসক হোৱাৰ ইচ্ছা ছাত্ৰগৰাকীৰ

author img

By

Published : May 15, 2019, 2:53 PM IST

হাই মাদ্ৰাছা পৰীক্ষাত তৃতীয় স্থানত গোৱালপাৰাৰ ইলিয়াছ ৰহমান

গোৱালপাৰা, 15মে': হাই মাদ্ৰাছা পৰীক্ষাত তৃতীয় স্থানত উজলিল গোৱালপাৰাৰ ইলিয়াছ ৰহমান ৷ ইলিয়াছ গোৱালপাৰা জিলাৰ ধূমেৰঘাটৰ আমবাৰী কৰ্তিমাৰী হাই মাদ্ৰাছাৰ ছাত্ৰ ৷ নুৰ মহম্মদ আৰু নুৰ নেহাৰ বেগমৰ পুত্ৰ ইলিয়াছ ৰহমান । দৈনন্দিন ৬ ঘণ্টাকৈ অধ্যয়ন কৰি হাই মাদ্ৰাছা পৰীক্ষাত তৃতীয় স্থান পাবলৈ সক্ষম হোৱাৰ কথা উল্লেখ ইলিয়াছ ৰহমানৰ । ভৱিষ্যতে এজন সুদক্ষ চিকিৎসক হোৱাৰ ইচ্ছা ছাত্ৰগৰাকীৰ ।

as_slug_gol_15_may_802_goalpara_high_madrassa_3rd_position_vis+byte_send_ftp_jahidul.

Anchor+V. O :- হাই মাদ্ৰাছা পৰীক্ষাত তৃতীয় স্হানত উজলিল গোৱালপাৰাৰ ইলিয়াছ ৰহমান l ইলিয়াছ গোৱালপাৰা জিলাৰ ধূমেৰঘাটৰ আমবাৰী কৰ্তিমাৰী হাই মাদ্ৰাছাৰ ছাত্ৰ l ইলিয়াছ ধূমেৰঘাটৰ কৰ্তীমাৰী গাওঁৰ নুৰ মহম্মদ আৰু নুৰ নেহাৰ বেগমৰ পুত্র ।দৈনন্দিন ৬ ঘণ্টাকৈ অধ্যয়ন কৰি হাই মাদ্ৰাছা পৰীক্ষাত তৃতীয় স্থান পাবলৈ সক্ষম হয় ইলিয়াছ ৰহমান।ভৱিষ্যত এজন সুদক্ষ ডক্টৰ হোৱাৰ মন ইলিয়াছ ৰহমানৰ।ইলিয়াছ অধ্যয়ন কৰা বিদ্যালয়ত এতিয়া আনন্দ উল্লাস ছাত্র-ছাত্রীৰ lwith photo

গোৱালপাৰাৰ পৰা জাহিদুল ইছলাম ই টিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.