গোৱালপাৰা, 15মে': হাই মাদ্ৰাছা পৰীক্ষাত তৃতীয় স্থানত উজলিল গোৱালপাৰাৰ ইলিয়াছ ৰহমান ৷ ইলিয়াছ গোৱালপাৰা জিলাৰ ধূমেৰঘাটৰ আমবাৰী কৰ্তিমাৰী হাই মাদ্ৰাছাৰ ছাত্ৰ ৷ নুৰ মহম্মদ আৰু নুৰ নেহাৰ বেগমৰ পুত্ৰ ইলিয়াছ ৰহমান । দৈনন্দিন ৬ ঘণ্টাকৈ অধ্যয়ন কৰি হাই মাদ্ৰাছা পৰীক্ষাত তৃতীয় স্থান পাবলৈ সক্ষম হোৱাৰ কথা উল্লেখ ইলিয়াছ ৰহমানৰ । ভৱিষ্যতে এজন সুদক্ষ চিকিৎসক হোৱাৰ ইচ্ছা ছাত্ৰগৰাকীৰ ।
হাই মাদ্ৰাছাৰ তৃতীয় স্থানত গোৱালপাৰাৰ ইলিয়াছ ৰহমান - গোৱালপাৰাৰ ইলিয়াছ ৰহমান
দৈনন্দিন ৬ ঘণ্টাকৈ অধ্যয়ন কৰি হাই মাদ্ৰাছা পৰীক্ষাত তৃতীয় স্থান পাবলৈ সক্ষম হোৱাৰ কথা উল্লেখ ইলিয়াছ ৰহমানৰ । ভৱিষ্যতে এজন সুদক্ষ চিকিৎসক হোৱাৰ ইচ্ছা ছাত্ৰগৰাকীৰ
হাই মাদ্ৰাছা পৰীক্ষাত তৃতীয় স্থানত গোৱালপাৰাৰ ইলিয়াছ ৰহমান
গোৱালপাৰা, 15মে': হাই মাদ্ৰাছা পৰীক্ষাত তৃতীয় স্থানত উজলিল গোৱালপাৰাৰ ইলিয়াছ ৰহমান ৷ ইলিয়াছ গোৱালপাৰা জিলাৰ ধূমেৰঘাটৰ আমবাৰী কৰ্তিমাৰী হাই মাদ্ৰাছাৰ ছাত্ৰ ৷ নুৰ মহম্মদ আৰু নুৰ নেহাৰ বেগমৰ পুত্ৰ ইলিয়াছ ৰহমান । দৈনন্দিন ৬ ঘণ্টাকৈ অধ্যয়ন কৰি হাই মাদ্ৰাছা পৰীক্ষাত তৃতীয় স্থান পাবলৈ সক্ষম হোৱাৰ কথা উল্লেখ ইলিয়াছ ৰহমানৰ । ভৱিষ্যতে এজন সুদক্ষ চিকিৎসক হোৱাৰ ইচ্ছা ছাত্ৰগৰাকীৰ ।
as_slug_gol_15_may_802_goalpara_high_madrassa_3rd_position_vis+byte_send_ftp_jahidul.
Anchor+V. O :- হাই মাদ্ৰাছা পৰীক্ষাত তৃতীয় স্হানত উজলিল গোৱালপাৰাৰ ইলিয়াছ ৰহমান l ইলিয়াছ গোৱালপাৰা জিলাৰ ধূমেৰঘাটৰ আমবাৰী কৰ্তিমাৰী হাই মাদ্ৰাছাৰ ছাত্ৰ l ইলিয়াছ ধূমেৰঘাটৰ কৰ্তীমাৰী গাওঁৰ নুৰ মহম্মদ আৰু নুৰ নেহাৰ বেগমৰ পুত্র ।দৈনন্দিন ৬ ঘণ্টাকৈ অধ্যয়ন কৰি হাই মাদ্ৰাছা পৰীক্ষাত তৃতীয় স্থান পাবলৈ সক্ষম হয় ইলিয়াছ ৰহমান।ভৱিষ্যত এজন সুদক্ষ ডক্টৰ হোৱাৰ মন ইলিয়াছ ৰহমানৰ।ইলিয়াছ অধ্যয়ন কৰা বিদ্যালয়ত এতিয়া আনন্দ উল্লাস ছাত্র-ছাত্রীৰ lwith photo
গোৱালপাৰাৰ পৰা জাহিদুল ইছলাম ই টিভি ভাৰত অসম।