গোৱালপাৰা, ১৩ মে': গোৱালপাৰা পূৱ সমষ্টিৰ বিধায়ক এ কে ৰোচিদ আলমৰ বিৰুদ্ধে আৰক্ষীৰ নিজাববীয়াকৈ গোচৰ । বিধায়ক গৰাকীয়ে কনটেনমেইণ্ট জ'নৰ নীতি-নিয়ম উলংঘা কৰাৰ অভিযোগ আৰক্ষীৰ । বিধায়ক গৰাকীৰ ঘৰ কনটেনমেইণ্ট জ'নত থকাৰ পাছতো বিধায়ক গৰাকী বিভিন্ন অঞ্চল ঘূৰি ফুৰিছিল ।

বিধায়ক গৰাকীৰ ঘৰ কিছমতপুৰ ৷ কিছমতপুৰত কৰ'ণা আক্ৰান্ত ৰোগী আছিল কাৰণেই অঞ্চলটো কণটেইনমেণ্ট জ'নত ৰাখিছিল প্ৰশাসনে । কিন্তু বিধায়ক গৰাকীয়ে কনটেনমেইণ্ট জ'নৰ নীতি-নিয়ম উলংঘা কৰাৰ অভিযোগ আৰক্ষীৰ ।

বিধায়ক গৰাকীৰ ঘৰ কনটেনমেইণ্ট জ'নত থকাৰ পাছতো বিধায়ক গৰাকীয়ে বিভিন্ন অঞ্চল ঘূৰি ফুৰিছিল । বিধায়ক গৰাকীৰ ঘৰ কিছমতপুৰ, কিছমতপুৰত কৰ'ণা আক্ৰান্ত ৰোগী আছিল কাৰণেই অঞ্চলটো কণটেইনমেণ্ট জনত ৰাখিছিল প্ৰশাসনে ।