গোৱালপাৰা, 22 নৱেম্বৰঃ গোৱালপাৰাত অব্যাহত হাতী মানুহৰ সংঘাত ৷ শনিবাৰে নিশা জিলাখনৰ শ’লমাৰিৰ গেন্দ্ৰাত হাতীৰ আক্ৰমণত নিহত হয় সমেশ্বৰ ৰাভা নামৰ এজন যুৱক ৷ শ’লমাৰি বজাৰৰ পৰা নিজ গৃহ অভিমুখে গৈ থকা অৱস্থাতে হঠাৎ এটা বনৰীয়া হাতীয়ে আক্ৰমণ চলায় সমেশ্বৰ ৰাভাক ৷ ফলত ঘটনাস্থলীতে নিহত হয় সমেশ্বৰ ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷
গোৱালপাৰাত বনৰীয়া হাতীৰ আক্ৰমণত নিহত এজন - Goalpara wild elephant attack
গোৱালপাৰাৰ শোলমাৰিত বনৰীয়া হাতীৰ আক্ৰমণত হয় এজন যুৱক ৷ নিহত যুৱকজন সমেশ্বৰ ৰাভা বুলি চিনাক্ত কৰা হৈছে ৷

গোৱালপাৰাত বনৰীয়া হাতীৰ আক্ৰমণত নিহত এজন
গোৱালপাৰা, 22 নৱেম্বৰঃ গোৱালপাৰাত অব্যাহত হাতী মানুহৰ সংঘাত ৷ শনিবাৰে নিশা জিলাখনৰ শ’লমাৰিৰ গেন্দ্ৰাত হাতীৰ আক্ৰমণত নিহত হয় সমেশ্বৰ ৰাভা নামৰ এজন যুৱক ৷ শ’লমাৰি বজাৰৰ পৰা নিজ গৃহ অভিমুখে গৈ থকা অৱস্থাতে হঠাৎ এটা বনৰীয়া হাতীয়ে আক্ৰমণ চলায় সমেশ্বৰ ৰাভাক ৷ ফলত ঘটনাস্থলীতে নিহত হয় সমেশ্বৰ ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷
Last Updated : Nov 22, 2020, 6:58 PM IST