ETV Bharat / state

গোৱালপাৰাত ড্ৰাগছ সহ আটক এজন সৰবৰাহকাৰী - drug smagler in goalpara

গোৱালপাৰাত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান । ড্ৰাগছ বিৰোধী অভিযানত এজন ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ ।

one drug smagler arrest in goalpara
গোৱালপাৰাত ড্ৰাগছ সহ আটক এজন সৰবৰাহকাৰী
author img

By

Published : Jun 7, 2021, 10:35 PM IST

গোৱালপাৰা, 7 জুন : গোৱালপাৰা জিলাত ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত আছে আৰক্ষীৰ । জিলাখনত বিভিন্ন স্থানত অভিযান চলাই আৰক্ষীয়ে ড্ৰাগছসহ সৰবৰাহকাৰী আটক কৰাৰ লগতে সোমবাৰে পুনৰ এজন ড্ৰাগছ সৰবৰাহকাৰী আৰক্ষীৰ জালত পৰে ।

গোৱালপাৰাত ড্ৰাগছ সহ আটক এজন সৰবৰাহকাৰী

নিশা গোৱালপাৰা চহৰৰ মাজমজিয়াত সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আদিত্য দেউৰীৰ নেতৃত্বত আৰক্ষীৰ দল এটাই এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে ৷ লগতে ব্যক্তি জনৰ পৰা নিচাজাতীয় টেবলেট, চিৰিঞ্জ আৰু কিছু পৰিমানৰ গাঞ্জা জব্দ কৰে । তদন্তৰ খাতিৰত ব্যৱসায়ী জনৰ নাম গোপনে ৰখা বুলিও অতিৰিক্ত আৰক্ষী অধীক্ষকে জানিবলৈ দিয়ে ।

বৰ্তমান ড্ৰাগছ ব্যৱসায়ী জনক জেল হাজোতলৈ প্ৰেৰণ কৰে । উল্লেখ্য যে বিগত সপ্তাহটোত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা কোটি টকাৰো অধিক মূল্যৰ নিচা জাতীয় সামগ্ৰী জব্দ কৰে অসম আৰক্ষীয়ে ৷

লগতে পঢ়ক : Etv Bharat ৰ বাতৰিৰ প্ৰভাৱ: জকাইত বৃদ্ধ দম্পতীক আগবঢ়ালে সহায়

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.