ETV Bharat / state

Massive fire breaks out at Goalpara: ধূপতলা বজাৰত ভয়ংকৰ অগ্নিকাণ্ড

author img

By

Published : Dec 21, 2021, 7:47 PM IST

মঙলবাৰে এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় গোৱালপাৰাৰ ধূপতলা বজাৰত (Massive fire breaks out at Dhuptala market) ৷ শ্বৰ্ট চাৰ্কিটৰ ফলত সূত্ৰপাত হোৱা এই অগ্নিকাণ্ডত ছখন ব্যৱসায়িক প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে জাহ যায় ৷

Massive Fire in Goalpara
গোৱালপাৰাৰ ধূপধৰা বজাৰত ভয়ংকৰ অগ্নিকাণ্ড

গোৱালপাৰা, 21 ডিচেম্বৰ: গোৱালপাৰাৰ ধূপতলা বজাৰত মঙলবাৰে এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় (Massive fire breaks out at Dhuptala market)। এই অগ্নিকাণ্ডৰ ফলত প্ৰায় ২০ লক্ষাধিক টকাৰ সা-সম্পত্তিৰ লগতে ছখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান ভস্মীভূত হয় ।

প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি, এখন চাইকেলৰ দোকানত হোৱা শ্বৰ্ট চাৰ্কিটৰ বাবেই এই অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে । ফলত ক্ষন্তেকতে জুইৰ লেলিহান শিখাই আৱৰি ধৰে ধূপতলা বজাৰৰ একাংশ দোকানত । তাৎক্ষনিকভাৱে স্থানীয় ৰাইজে অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়াত অগ্নি নিৰ্বাপক বাহিনীয়ে ঘটনাস্থলীত উপস্থিত হয় যদিও নিমিষতে ৬ খনকৈ দোকান ভস্মীভূত হয় ।

লগতে পঢ়ক: মাতৃয়ে চৌকাত জ্বলোৱা জুয়েই কাল হ’ল দহ মহীয়া সন্তানৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.