ETV Bharat / state

সাৱধান! মিনাৰেল ৱাটাৰ নাখাব

সোণতলী বজাৰত 'hush' কোম্পানীৰ মিনাৰেল ৱাটাৰৰ বটলত ওলাইছে বিষাক্ত পোক । গ্ৰাহকৰ ওচৰত পানীৰ বটল বিক্ৰী কৰিবলৈ লওঁতেই ধৰা পৰে এই ঘটনা । খাদ্য সুৰক্ষা আইনৰ অধীনত কোম্পানীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে গ্ৰাহকে ।

author img

By

Published : Jun 14, 2019, 7:38 PM IST

সাৱধান! মিনাৰেল ৱাটাৰ নাখাবঃ বিপদ মাতিব পাৰে

গোৱালপাৰা, ১৪জুনঃ বকোৰ সোণতলীত মিনাৰেল ৱাটাৰৰ বটলত ওলাইছে বিষাক্ত পোক ।

গৰমৰ মাত্ৰা বৃদ্ধি পোৱাৰ লগে লগে চাহিদা বৃদ্ধি পাইছে শীতল পানীয়ৰ লগতে মিনাৰেল ৱাটাৰৰ চাহিদা । কিন্তু সাৱধান হওঁক, আপুনি খোৱা মিনাৰেল ৱাটাৰে সৰ্বনাশ মাতিব পাৰে আপোনাৰ । এনে এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে বকোৰ সোণতলীত । সোণতলী বজাৰত 'hush' কোম্পানীৰ মিনাৰেল ৱাটাৰৰ বটলত ওলাইছে বিষাক্ত পোক । গ্ৰাহকৰ ওচৰত পানীৰ বটল বিক্ৰী কৰিবলৈ লওঁতেই ধৰা পৰে এই ঘটনা । ছীল কৰা পানীৰ বটলত বিষাক্ত কেৰেলুৱা সোমাল কেনেকৈ ? বটলত আছে ISI ট্ৰেড মাৰ্ক । এতিয়া প্ৰশ্ন উঠিছে এই পানী সঁচাই বিশুদ্ধ নে ? খাদ্য সুৰক্ষা আইনৰ অধীনত কোম্পানীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে গ্ৰাহকে । ইপিনে ঘটনা সন্দৰ্ভত ব্যৱসায়ী জনে মিনাৰেল কোম্পানীৰ লোকক অৱগত কৰে যদিও তিলমানো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে । সেয়ে গ্ৰাহকৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি আইনী ব্যৱস্থা গ্ৰহণৰ হুংকাৰ দিছে ব্যৱসায়ী জনে । এনে বিষাক্ত মিনাৰেল ৱাটাৰৰ কোম্পানীটোৰ বিৰুদ্ধে প্ৰশাসনে কি ব্যৱস্থা গ্ৰহন কৰে সেয়াই হ'ব লক্ষণীয় ।

সাৱধান! মিনাৰেল ৱাটাৰ নাখাবঃ বিপদ মাতিব পাৰে

লগতে আন এটা বাতৰি- জনস্বাস্থ্যৰ প্ৰতি ভেঙুচালিঃ ঔষধৰ ভিতৰত জীৱিত কীট

Slug : Mineral Water_Pok..Vis+byte send FTP.

Anchor : আপুনি মিনাৰেল ৱাটাৰ খায় নেকি?? তেন্তে সাৱধান হওঁক। কাৰণ আপুনি খোৱা মিনাৰেল ৱাটাৰে আপোনাৰ বিপদ মাতিব পাৰে। বকোৰ সোণতলীত মিনাৰেল ৱাটাৰৰ বটলত ওলাইছে বিষাক্ত পোক। চাওক আমাৰ এক প্ৰতিবেদন ।
V. O : প্ৰচণ্ড গৰম। গৰমে দহিছে সকলোকে। গৰম বৃদ্ধি পোৱাৰ লগে লগে চাহিদা বৃদ্ধি পাইছে শীতল পানীয়ৰ লগতে মিনাৰেল ৱাটাৰৰ। কিন্তু সাৱধান হওঁক। আপুনি খোৱা মিনাৰেল ৱাটাৰে সৰ্বনাশ মাতিব পাৰে আপোনাৰ। হয়, এনে এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে বকোৰ সোণতলীত। সোণতলী বজাৰত hush কোম্পানীৰ মিনাৰেল ৱাটাৰৰ বটলত ওলাইছে বিষাক্ত পোক। গ্ৰাহকৰ ওচৰত পানীৰ বটল বিক্ৰী কৰিবলৈ লওঁতেই ধৰা পৰে এই ঘটনা। ছিল কৰা পানীৰ বটলত বিষাক্ত কেৰেলুৱা পোক সোমাল কেনেকৈ?? তাকো বটলত আছে ISI ট্ৰেড মাৰ্ক। প্ৰশ্ন উঠিছে এই পানী সঁচাই বিশুদ্ধ নে?? খাদ্য সুৰক্ষা আইনৰ অধিনত কোম্পানীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে গ্ৰাহকে । ইপিনে ঘটনা সন্দৰ্ভত ব্যৱসায়ী জনে কোম্পানীৰ লোকক অৱগত কৰোৱাত তিলমানো গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে । সেয়ে গ্ৰাহকৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি আইনী ব্যৱস্থা গ্ৰহনৰ হুংকাৰ দিছে ব্যৱসায়ী জনে । বজাৰত মিনাৰেল ৱাটাৰৰ নামত মেলি এনে বিষাক্ত পানীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহন কৰিবনে খাদ্য বিভাগে??
                             Byte 1 : ব্যৱসায়ী ।

Jahidul Islam.Goalpara
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.