ETV Bharat / state

গোৱালপাৰাত আন্তঃৰ্জাতিক নাৰী দিৱস পালন - BJP celebrating womes day at Goalpara

ভাৰতীয় জনতা পাৰ্টী, অসম প্ৰদেশ মহিলা মৰ্চাৰ উদ্যোগত গোৱালপাৰাত আন্তৰ্জাতিক নাৰী দিৱস পালন । পাঁচগৰাকীকৈ মহিলাক সম্বৰ্ধনা জ্ঞাপন।

আন্তঃৰ্জাতিক নাৰী দিৱস পালন
আন্তঃৰ্জাতিক নাৰী দিৱস পালন
author img

By

Published : Mar 8, 2020, 4:48 PM IST

Updated : Mar 8, 2020, 5:03 PM IST

গোৱালপাৰা, 8 মাৰ্চঃ আজি আন্তঃৰ্জাতিক নাৰী দিৱস । নাৰী দিৱসৰ লগত সংগতি ৰাখি বিজেপিৰ অসম প্রদেশ মহিলা মৰ্চাৰ উদ্যোগত দেওবাৰে গোৱালপাৰা চহৰৰ স্থানীয় গান্ধী ভৱনত অনুষ্ঠিত কৰা হয় নাৰী দিৱস । নাৰী দিৱস অনুসৰি এখন সভাৰ আয়োজন কৰে । সভাত ভাৰতীয় জনতা পাৰ্টীৰ জিলা কমিটিৰ বিষয়বৱীয়া সকল উপস্থিত থাকে । সভাৰ আৰম্ভণিতে আজিৰ এই নাৰী দিৱসৰ গোৱালপাৰা জিলাৰ প্রভাৰী হিচাপে উপস্থিত থকা টিনামণি দৈমাৰীয়ে আদৰণি ভাষণ ৰাখে । তেওঁ ভাষণত নাৰী দিৱস কিয় পালন কৰা হয় সেই সম্পৰ্কে বহল ভাৱে বুজাই দিয়ে । ইয়াৰ উপৰিও জিলাখনৰ পাঁচগৰাকীকৈ জ্যেষ্ঠ মহিলাক সম্বৰ্ধনা জনোৱা হয় ।

আন্তঃৰ্জাতিক নাৰী দিৱস পালন

লগতে পঢ়কঃ সংগ্ৰাম আৰু সাহসৰ অন্য এক নাম ড৹ বিৰুৱালা ৰাভা

Last Updated : Mar 8, 2020, 5:03 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.