ETV Bharat / state

গোৱালপাৰা অসামৰিক চিকিৎসালয়লত উৎসৱ মুখৰ পৰিৱেশ

author img

By

Published : Aug 30, 2019, 8:25 AM IST

প্ৰতিখন ৰোগীৰ বিছনাৰ বিপৰীতে বছৰি ৭ হাজাৰ টকাকৈ মুঠ চৈধ্য লাখ টকাকৈ লাভ কৰিব চিকিৎসালয় কৰ্তৃপক্ষই

গোৱালপাৰা অসামৰিক চিকিৎসালয়লত উৎসৱ মুখৰ পৰিৱেশ

গোৱালপাৰা, 30 আগষ্টঃ গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ NQSAS পুৰস্কাৰ লাভ । প্ৰতিখন ৰোগীৰ বিছনাৰ বিপৰীতে বছৰি ৭ হাজাৰ টকাকৈ মুঠ চৈধ্য লাখ টকাকৈ লাভ কৰিব চিকিৎসালয় কৰ্তৃপক্ষই । উৎফুল্লিত অসামৰিক চিকিৎসালয়ৰ চিকিৎসক তথা কৰ্মচাৰীসকল ।

গোৱালপাৰা অসামৰিক চিকিৎসালয়লত উৎসৱ মুখৰ পৰিৱেশ

উল্লেখ্য যে, পূৰ্বেও গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ লাভ কৰিছিল 'কায়াকল্প' পুৰস্কাৰৰ ৫০ লাখ টকা ।

Intro:Anchor :- গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ NQSAS পুৰস্কাৰ লাভ।প্ৰতিখন ৰোগীৰ বিছনাৰ বিপৰীতে বছৰি ৭ হাজাৰ টকাকৈ মুঠ চৈধ্য লাখ টকাকৈ লাভ কৰিব চিকিৎসালয় কৰ্তৃপক্ষই। উৎফুল্লিত অসামৰিক চিকিৎসালয়ৰ চিকিৎসক তথা কৰ্মচাৰীসকল।আঁতজ বাজিৰে NQAS উৎসৱ পালন কৰিলে চিকিৎসলয়খনৰ চিকিৎসক -কৰ্মচাৰীয়ে।

Body:Anchor :- গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ NQSAS পুৰস্কাৰ লাভ।প্ৰতিখন ৰোগীৰ বিছনাৰ বিপৰীতে বছৰি ৭ হাজাৰ টকাকৈ মুঠ চৈধ্য লাখ টকাকৈ লাভ কৰিব চিকিৎসালয় কৰ্তৃপক্ষই। উৎফুল্লিত অসামৰিক চিকিৎসালয়ৰ চিকিৎসক তথা কৰ্মচাৰীসকল।আঁতজ বাজিৰে NQAS উৎসৱ পালন কৰিলে চিকিৎসলয়খনৰ চিকিৎসক -কৰ্মচাৰীয়ে।

V.O. :- দুশ খন বিচনা যুক্ত গোৱালপাৰা অসামৰিক চিকিৎসালয়ে লাভ কৰিলে NQAS পুৰস্কাৰ।ৰাজ্যখনৰ ভিতৰতে প্ৰথমবাৰৰ বাবে এই পুৰস্কাৰ লাভ কৰাৰ পাছতে উৎফুল্লিত হৈ পৰে চিকিৎসাৰলয় খনৰ চিকিৎসকৰ লগতে অন্যান্য কৰ্মচাৰী সকল।এই NQAS পুৰস্কাৰ লাভ কৰাৰ বাবে বৃহস্পতিবাৰে চিকিৎসালয় খনৰ চিকিৎসক-কৰ্মচাৰী সকলে পালন কৰিলে NQAS উৎসৱ।এই উৎসৱ উপলক্ষে চিকিৎসালয় খনৰ চৌহদিত বন্তি প্ৰজলন আৰু আতজ বাজিৰে আনন্দ উল্লাস কৰিলে চিকিৎসালয় খনৰ চিকিৎসক-কৰ্মচাৰীসকলে।এই পুৰস্কাৰ লাভ কৰাৰ বাবে চিকিৎসালয় খনৰ প্ৰতিখন ৰোগীৰ বিচনাৰ বিপৰীতে বছৰি সাত হাজাৰ টকাকৈ মুঠ চৈধ্য লাখ টকাকৈ লাভ কৰিব চিকিৎসালয় কতৃপক্ষই।পূৰ্বতেও এইখন চিকিৎসালয়ে লাভ কৰিছিল 'কায়াকল্প' পুৰস্কাৰৰ ৫০ লাখ টকা।

byte, 1 :- Hospital superintendent.

জাহিদুল ইছলাম,গোৱালপাৰা।

Conclusion:byte, 1 :- Hospital superintendent.

জাহিদুল ইছলাম,গোৱালপাৰা।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.