ETV Bharat / state

বিনাচৰ্তে NRC ত নাম অন্তৰ্ভুক্তিৰ দাবীত গৰীয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ ধৰ্মঘট কাৰ্যসূচী - পাঁচ দফীয়া দাবীৰ সমৰ্থনত গৰীয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ ধৰ্মঘট

মুঠ পাঁচ দফীয়া দাবীৰ সমৰ্থনত গৰীয়া-মৰিয়া দেশী জাতীয় পৰিষদে গোৱালপাৰা জিলা উপায়ুক্ত কাৰ্যলয়ৰ সন্মুখত দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে ৷ ভূমিপুত্ৰ হৈয়ো সংখ্যালঘুসকলৰ মাজত বিলিন হৈ যাবলগীয়া হোৱা বুলি মন্তব্য কৰি ক্ষোভ প্ৰকাশ কৰাৰ লগতে সংগঠনটোৰ দাবীসমূহ শীঘ্ৰে মানি নল'লে জংগী আন্দোলন কৰিব বুলি মন্তব্য কৰে সংগঠনটোৰ নেতৃত্বই ৷

গৰীয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ ধৰ্মঘট কাৰ্যসূচী
author img

By

Published : Nov 4, 2019, 7:06 PM IST

গোৱালপাৰা, 4 নৱেম্বৰ: খিলঞ্জীয়া গৰীয়া-মৰিয়া দেশীসকলক বিনাচৰ্তে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত অন্তৰ্ভুক্ত কৰাৰ দাবীত সোমবাৰে উত্তাল হৈ পৰিল গোৱালপাৰা জিলা ৷ মুঠ পাঁচ দফীয়া দাবীৰ সমৰ্থনত গৰীয়া-মৰিয়া দেশী জাতীয় পৰিষদে গোৱালপাৰা জিলা উপায়ুক্ত কাৰ্যলয়ৰ সন্মুখত দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ৷ ধৰ্মঘটৰ অন্তত গৰীয়া-মৰিয়া দেশী লোকসকলক বিনাচৰ্তে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত অন্তৰ্ভূক্ত কৰা, নাগৰিক পঞ্জীত খিলঞ্জীয়া ভূমিপুত্ৰ বাদ পৰা আৰু বিদেশীক অন্তৰ্ভুক্ত কৰাৰ সন্দৰ্ভত তদন্ত কৰা, গৰীয়া-মৰিয়া দেশী জনগোষ্ঠীৰ ওপৰত সুকীয়া জৰীপ কৰা, জনগোষ্ঠীটোৰ লোকসকলক ডি ভোটাৰৰ পৰা মুক্ত কৰা আৰু জিলা সমূহৰ বাট-পথ সমূহ পুনৰ নিৰ্মাণৰ দাবী কৰি জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে সংগঠনটোৱে ৷ ভূমিপুত্ৰ হৈয়ো সংখ্যালঘুসকলৰ মাজত বিলিন হৈ যাবলগীয়া হোৱা বুলি মন্তব্য কৰি ক্ষোভ প্ৰকাশ কৰাৰ লগতে সংগঠনটোৰ দাবীসমূহ শীঘ্ৰে মানি নল'লে জংগী আন্দোলন কৰিব বুলি মন্তব্য কৰে নেতৃত্বই ৷

Anchor+VO :- খিলঞ্জীয়া গৰীয়া-মৰিয়া দেশী সকলক বিনাচৰ্থে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত অন্তৰ্ভুক্ত কৰাৰ দাবীত গৰীয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ গোৱালপাৰা জিলা সমিতিৰ দুঘনটিয়া অৱস্থান ধৰ্মঘট।মুঠ পাচ দফিয়া দাবীৰ সমৰ্থনত পৰিষদে গোৱালপাৰা জিলা উপায়ুক্ত কাৰ্যলয়ৰ সন্মুখত এই ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে।এই ধৰ্মঘটৰ অন্তত গৰীয়া-মৰিয়া দেখি লোকসকলক বিনাসৰ্থে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত অন্তৰ্ভূক্ত কৰা,নাগৰিক পঞ্জীত খিলঞ্জীয়া ভূমিপুত্ৰই বাদ পৰা আৰু বিদ্বেষীক অন্তৰ্ভুক্ত কৰাৰ সন্দৰ্ভত তদন্ত কৰা,গৰীয়া-মৰিয়া দেশী জনগোষ্টীৰ ওপৰত সুকীয়া জৰীপ কৰা,জনগোষ্টীতোৰ লোকসকলক ডি ভোটাৰৰ পৰা মুক্ত কৰা আৰু জিলা সমূহৰ বাট-পথ সমূহ পুনৰ নিৰ্মাণৰ দাবীত জিলা উপায়ুক্ত ৰ জৰিয়তে মুখ্যমন্ত্ৰী লৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

জাহিদুল ইছলাম,গোৱালপাৰা।

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.