নিউজ ডেস্ক, 9 নৱেম্বৰঃ উদুলি-মুদুলি আছুৰ গোৱালপাৰা জিলা সমিতিৰ অষ্টাদশ সংখ্যক অধিৱেশন । জিলাখনৰ বগুৱানত অনুষ্ঠিত হৈছে আছুৰ এই অধিৱেশন । তিনি দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত অধিৱেশনৰ শনিবাৰে দ্বিতীয় দিনা পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পণৰে শুভাৰম্ভ হয় দিনটোৰ কাৰ্যসূচী । দিনৰ ভাগত উলিওৱা এক বিশাল সাংস্কৃতিক শোভাযাত্ৰাত গোৱালপৰীয়া লোক সংস্কৃতি আৰু জনজাতীয় সংস্কৃতি পৰিস্ফুত হৈ পৰে ৷ প্ৰায় পাঁচ হাজাৰৰো অধিক লোকে অংশগ্ৰহণ কৰে আছুৰ এই সাংস্কৃতিক শোভাযাত্ৰাৰ লগতে অধিৱেশনত । আনহাতে, তৃতীয় দিনা অৰ্থাৎ কাইলৈ অধিৱেশনত উপস্থিত থাকিব আছুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সভাপতি দীপাংক কুমাৰ নাথ ,সম্পাদক লুৰিণজ্যোতি গগৈৰ লগতে বহুতো গণ্য-মান্য ব্যক্তি ।
গোৱালপাৰা জিলা আছুৰ অষ্টাদশ অধিৱেশন
তিনি দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত অধিৱেশনৰ শনিবাৰে দ্বিতীয় দিনা পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পণৰে শুভাৰম্ভ হয় দিনটোৰ কাৰ্যসূচী । দিনৰ ভাগত উলিওৱা এক বিশাল সাংস্কৃতিক শোভাযাত্ৰাত গোৱালপৰীয়া লোক সংস্কৃতি আৰু জনজাতীয় সংস্কৃতি পৰিস্ফুত হৈ পৰে ৷
নিউজ ডেস্ক, 9 নৱেম্বৰঃ উদুলি-মুদুলি আছুৰ গোৱালপাৰা জিলা সমিতিৰ অষ্টাদশ সংখ্যক অধিৱেশন । জিলাখনৰ বগুৱানত অনুষ্ঠিত হৈছে আছুৰ এই অধিৱেশন । তিনি দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত অধিৱেশনৰ শনিবাৰে দ্বিতীয় দিনা পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পণৰে শুভাৰম্ভ হয় দিনটোৰ কাৰ্যসূচী । দিনৰ ভাগত উলিওৱা এক বিশাল সাংস্কৃতিক শোভাযাত্ৰাত গোৱালপৰীয়া লোক সংস্কৃতি আৰু জনজাতীয় সংস্কৃতি পৰিস্ফুত হৈ পৰে ৷ প্ৰায় পাঁচ হাজাৰৰো অধিক লোকে অংশগ্ৰহণ কৰে আছুৰ এই সাংস্কৃতিক শোভাযাত্ৰাৰ লগতে অধিৱেশনত । আনহাতে, তৃতীয় দিনা অৰ্থাৎ কাইলৈ অধিৱেশনত উপস্থিত থাকিব আছুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সভাপতি দীপাংক কুমাৰ নাথ ,সম্পাদক লুৰিণজ্যোতি গগৈৰ লগতে বহুতো গণ্য-মান্য ব্যক্তি ।
জাহিদুল ইছলাম, গোৱালপাৰা।