ETV Bharat / state

গোৱালপাৰা জিলা আছুৰ অষ্টাদশ অধিৱেশন

author img

By

Published : Nov 9, 2019, 8:29 PM IST

তিনি দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত অধিৱেশনৰ শনিবাৰে দ্বিতীয় দিনা পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পণৰে শুভাৰম্ভ হয় দিনটোৰ কাৰ্যসূচী । দিনৰ ভাগত উলিওৱা এক বিশাল সাংস্কৃতিক শোভাযাত্ৰাত গোৱালপৰীয়া লোক সংস্কৃতি আৰু জনজাতীয় সংস্কৃতি পৰিস্ফুত হৈ পৰে ৷

গোৱালপাৰা জিলা আছুৰ অষ্টাদশ অধিবেশন

নিউজ ডেস্ক, 9 নৱেম্বৰঃ উদুলি-মুদুলি আছুৰ গোৱালপাৰা জিলা সমিতিৰ অষ্টাদশ সংখ্যক অধিৱেশন । জিলাখনৰ বগুৱানত অনুষ্ঠিত হৈছে আছুৰ এই অধিৱেশন । তিনি দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত অধিৱেশনৰ শনিবাৰে দ্বিতীয় দিনা পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পণৰে শুভাৰম্ভ হয় দিনটোৰ কাৰ্যসূচী । দিনৰ ভাগত উলিওৱা এক বিশাল সাংস্কৃতিক শোভাযাত্ৰাত গোৱালপৰীয়া লোক সংস্কৃতি আৰু জনজাতীয় সংস্কৃতি পৰিস্ফুত হৈ পৰে ৷ প্ৰায় পাঁচ হাজাৰৰো অধিক লোকে অংশগ্ৰহণ কৰে আছুৰ এই সাংস্কৃতিক শোভাযাত্ৰাৰ লগতে অধিৱেশনত । আনহাতে, তৃতীয় দিনা অৰ্থাৎ কাইলৈ অধিৱেশনত উপস্থিত থাকিব আছুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সভাপতি দীপাংক কুমাৰ নাথ ,সম্পাদক লুৰিণজ্যোতি গগৈৰ লগতে বহুতো গণ্য-মান্য ব্যক্তি ।

Anchor+VO :- উদুলি-মুদুলি আছুৰগোৱালপাৰা জিলা সমিতিৰ অষ্টাদশ সংখ্যক অধিবেশন।জিলা খনৰ বগুৱানত অনুষ্ঠিত হৈছে আছুৰ এই অধিবেশন।তিনি দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত এই অধিবেশনৰ আজি দ্বিতীয় দিনা পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পণৰে শুভাৰম্ভ কৰে।দিনৰ বাৰ বজাত উলিওৱা হয় বিশাল আৰু এক সাংস্কৃতিক শোভাযাত্ৰা।এই শোভাযাত্ৰা ত গোৱালপৰীয়া লোক সংস্কৃতি আৰু জনজাতীয় সংস্কৃতি পৰিস্ফুত হৈ পৰে।প্ৰায় কুৰি বছৰ অন্তত আছুৰ এই বিশাল অধিবেশন খনে বিষেক গুৰুত্ব লাভ কৰিছে কিয়নো দীৰ্ঘ বিৰতিৰ অন্তত আছু ক লৈ পুনৰ শিল দল ভাঙি ওলাই আহিল সাধাৰণ জনতা ।প্ৰায় পাঁচ হাজাৰোধিকলোকে অংশ গ্ৰহণ কৰে আছু ৰ এই সাংস্কৃতিক শোভাযাত্ৰা ৰ লগতে অধিবেশনত।তৃতীয় দিনা অৰ্থাৎ কাইলৈ উপস্থিত থাকিব আছু ৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, আছুৰ সভাপতি দীপাংক কুমাৰ নাথ ,সম্পাদক লৰিনজ্যোতি লগতে আছু ৰ প্ৰাক্তন গণ্য-মান্য ব্যক্তি।

জাহিদুল ইছলাম, গোৱালপাৰা।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.