ETV Bharat / state

গোৱালপাৰাৰ কাণকাটাত ভূমিকেন্দ্ৰিক সংঘাতঃ আহত 12

গোৱালপাৰাৰ কাণকাটাত ভয়ংকৰ মাৰপিটৰ ঘটনা ৷ উক্ত মাৰপিটত আহত 12 গৰাকীকৈ পুৰুষ মহিলা ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷

author img

By

Published : Aug 3, 2019, 11:12 PM IST

গোৱালপাৰাৰ কাণকাটাত মাৰপিটত আহত ১২ জন পুৰুষ মহিলা
  • গোৱালপাৰাৰ কাণকাটাত ভয়ংকৰ মাৰপিটৰ ঘটনা
  • মাৰপিটত আহত ১২ জন পুৰুষ মহিলা
    গোৱালপাৰাৰ কাণকাটাত মাৰপিটত আহত 12 জন পুৰুষ মহিলা
  • মাটিৰ সীমাক লৈ দুই পক্ষৰ হতাহতি
  • আহত সকলক কে এন মেধি মেম'ৰিয়েল ৰাজ্যিক চিকিৎসালয়ত ভৰ্তি
  • সংকটজনক অৱস্থাত কলিম উদ্দিন আৰু নুমৰ আলীক GMCH লৈ প্ৰেৰণ কৰে চিকিৎসকে
  • ঘটনাস্থলীত ইতিমধ্যে আৰক্ষীৰ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে

  • গোৱালপাৰাৰ কাণকাটাত ভয়ংকৰ মাৰপিটৰ ঘটনা
  • মাৰপিটত আহত ১২ জন পুৰুষ মহিলা
    গোৱালপাৰাৰ কাণকাটাত মাৰপিটত আহত 12 জন পুৰুষ মহিলা
  • মাটিৰ সীমাক লৈ দুই পক্ষৰ হতাহতি
  • আহত সকলক কে এন মেধি মেম'ৰিয়েল ৰাজ্যিক চিকিৎসালয়ত ভৰ্তি
  • সংকটজনক অৱস্থাত কলিম উদ্দিন আৰু নুমৰ আলীক GMCH লৈ প্ৰেৰণ কৰে চিকিৎসকে
  • ঘটনাস্থলীত ইতিমধ্যে আৰক্ষীৰ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে
Intro:slug: as_gol_03aug_goalpara_marpith_12_njured_vis6_7203844.


Anchor : গোৱালপাৰা জিলাৰ শিমলীতোলা আৰক্ষী চকীৰ অন্তৰ্গত কাণকাটাত সংঘটিত হয় এক ভয়ংকৰ মাৰপিটৰ ঘটনা । দুই ফৈদৰ মাৰপিটত আহত ১২ জন পুৰুষ মহিলা।Body:slug: as_gol_03aug_goalpara_marpith_12_njured_vis6_7203844

VO: মাটিৰ সীমাক লৈ দুই পক্ষৰ কথাৰ কটাকটি হয় আৰু ইয়ে পিছলৈ ভয়ংকৰ মাৰপিটত পৰিণত হয়। দুয়োটা পক্ষৰ আহত সকল ক্ৰমেঃ কলিম উদ্দিন শ্বেখ, নুমৰ আলী, ৰাজু আলী, নছেৰ আলী, অনিতা বেগম, শ্বাহজামান শ্বেখ, জাকিৰুল শ্বেখ, জহুৰুল শ্বেখ, নেহেৰুল শ্বেখ, ৰফিকুল হক, তছেৰ আলী আৰু আমিনুল হক। আহত সকলক প্ৰথমে শিমলীতোলা কে এন মেধি মেমৰিয়েল ৰাজ্যিক চিকিৎসালয়ত ভৰ্তি কৰায় যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে গোৱালপাৰালৈ প্ৰেৰণ কৰে। সংকটজনক অৱস্থাত কলিম উদ্দিন আৰু নুমৰ আলীক GMCH লৈ প্ৰেৰণ কৰে চিকিৎসকে। ইপিনে এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত। ঘটনাস্থলীত ইতিমধ্যে আৰক্ষীৰ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে প্ৰাথমিক তদন্তও আৰম্ভ কৰিছে।

Conclusion:slug: as_gol_03aug_goalpara_marpith_12_njured_vis6_7203844

জাহিদুল ইছলাম, গোৱালপাৰা
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.