ETV Bharat / state

গোৱালপাৰাত বিদ্যুৎস্পৃষ্ট হৈ শ্ৰমিকৰ কৰুণ মৃত্যু

author img

By

Published : Jul 12, 2019, 6:54 PM IST

গোৱালপাৰাত বিদ্যুৎস্পৃষ্ট হৈ শ্ৰমিকৰ মৃত্যু ৷ এটি কাৰখানাত কৰ্মৰত আছিল শ্ৰমিকজন ৷

গোৱালপাৰাত বিদ্যুৎস্পৃষ্ট হৈ শ্ৰমিকৰ কৰুণ মৃত্যু

গোৱালপাৰা,12 জুলাইঃ গোৱালপাৰাৰ লক্ষীপুৰত অঘটন ৷ বিদ্যুৎস্পৃষ্ট হৈ অকাল মৃত্যু শ্ৰমিকৰ ৷ চাওমিন প্ৰস্তুত কৰা কাৰখানাত কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয় কাৰখানা খনৰ কৰ্মচাৰী শ্ৰমিকজন। শ্ৰমিকজনৰ নাম আককাছ আলী বুলি জানিব পৰা গৈছে ৷ লক্ষীপুৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত শ্ৰমিকজনক মৃত বুলি ঘোষণা চিকিৎসকৰ ৷ গোৱালপাৰা অসামৰিক চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষা অন্তত মৃতদেহ পৰিয়ালৰ লোকক চমজাই দিয়ে আৰক্ষীয়ে।

Anchor+V.O :- গোৱালপাৰাৰ লক্ষীপুৰত বিদ্যুৎপৃষ্ঠ হৈ নিহত হল শ্ৰমিক।গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ ঘোষ পাৰাৰ চাওমিন প্ৰস্তুত কৰা কাৰখানাত কৰ্মৰত অৱস্থাত বিদ্যুৎ পৃষ্ঠ হৈ নিহত হয় কাৰখানা খনৰ কৰ্মচাৰী আককাছ আলী নামৰ শ্ৰমিক জন।লগে লগে লক্ষীপুৰ প্ৰাথমিক সাস্তকেন্দ্ৰত লৈ যায় যদি ও মৃত্যু বুলি ঘোষণা কৰে ডক্টৰে।গোৱালপাৰা অসামৰিক চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি মৃত্যুদেহটো লক্ষীপুৰ আৰক্ষীয়ে পৰিয়ালৰ লোকক চমজাইদিয়ে।

গোৱালপাৰাৰ পৰা জাহিদুল ইছলাম,ই টি ভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.