ETV Bharat / state

হাফলংত সদৌ ডিমাচা ছাত্ৰ সন্থাৰ 30 সংখ্যক বাৰ্ষিক অধিবেশন - সদৌ ডিমাচা ছাত্ৰ সন্থা

ফেব্ৰুৱাৰীৰ 26,27,আৰু 28 তাৰিখে অনুষ্ঠিত হ’ব সদৌ ডিমাচা ছাত্ৰ সন্থাৰ 30 সংখ্যক বাৰ্ষিক অধিবেশন ৷ এই অধিবেশনত ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে অধিবেশনৰ বাবে গঠন কৰা আহ্বায়ক কমিটিৰ সভাপতি কুমুদ ৰঞ্জন কেম্প্ৰাইয়ে ৷

হাফলংত সদৌ ডিমাচা ছাত্ৰ সন্থাৰ 30 সংখ্যক বাৰ্ষিক অধিবেশন

author img

By

Published : Feb 4, 2021, 12:28 PM IST

Updated : Feb 4, 2021, 12:58 PM IST

ডিমা হাছাও 4 ফেব্ৰুৱাৰী: অহা 26,27,আৰু 28 ফেব্ৰুৱাৰী হাফলংত অনুষ্ঠিত হব সদৌ ডিমাচা ছাত্ৰ সন্থাৰ 30 সংখ্যক বাৰ্ষিক অধিবেশন ৷ এই অধিবেশনত বিভিন্ন জনজাতি জনগোষ্ঠীৰ সাংস্কৃতিক সমন্বয় কৃষ্টি সংস্কৃতিৰ প্ৰদৰ্শন কৰা হ’ব । সদৌ ডিমাচা ছাত্ৰ সন্থাৰ হাফলং কাৰ্যালয়ত বৃহস্পতিবাৰে এক সংবাদমেল পাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কমিটিৰ উপ-সভাপতি পবিত্ৰ নুনিচাই হাফলং এন এল দাওলাগাপু খেল পথাৰত ছাত্ৰ সন্থাৰ 30 সংখ্যক অধিবেশন অনুষ্ঠিত হব বুলি সদৰি কৰে ।

হাফলংত সদৌ ডিমাচা ছাত্ৰ সন্থাৰ 30 সংখ্যক বাৰ্ষিক অধিবেশন

এই অধিবেশনত নাগালেণ্ড কাৰ্বি-আংলং নগাঁও হোজাই কাছাৰ কৰিমগঞ্জ হাইলাকান্দি আৰু ৰাজ্যৰ ডিমাচা অধ্যসূচিত এলেকাৰ পৰা 5 হাজাৰৰো অধিক প্ৰতিনিধি ভাগ লব ৷ সংবাদমেলত পবিত্ৰ নুনিচাই আৰু কয় এই অধিবেশনত সব জাতি জনগোষ্ঠীক আমন্ত্ৰণ জনোৱা হব বুলি মন্ত্যৱ কৰে পবিত্ৰ নুনিচাই ৷

ইপিনে তিনি দিনীয়াকৈ অনুস্থিত হ’বলগীয়া এই অনুষ্ঠান সফল কৰি তোলাৰ বাবে সকলোৰে সহযোগিতা বিচাৰে সদৌ ডিমাচা ছাত্ৰ সন্থাৰ 30 সংখ্যক অধিবেশনৰ বাবে গঠন কৰা আহ্বায়ক কমিটিৰ সভাপতি কুমুদ ৰঞ্জন কেম্প্ৰাইয়ে ৷

লগতে পঢ়ক :উন্নয়ন আৰু অস্তিত্বই হ'ব বিজেপিৰ নিৰ্বাচনী ইছ্যু: হিমন্ত বিশ্ব শৰ্মা

Last Updated : Feb 4, 2021, 12:58 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.