ETV Bharat / state

হাফলঙত 72 সংখ্যক গণতন্ত্ৰ দিৱস উদযাপনৰ প্ৰস্তুতিক লৈ জিলা প্ৰশাসনৰ বিশেষ তৎপৰতা

author img

By

Published : Jan 17, 2021, 8:23 AM IST

জিলা উপায়ুক্ত পল বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকখনত উপস্থিত থাকে আৰক্ষী অধীক্ষক জয়ন্ত সিং আৰু চৰকাৰী বিভাগৰ বিষয়া সকলৰ লগতে বিভিন্ন দল সংগঠন আৰু সামাজিক সংগঠনৰ প্রতিনিধি ।

হাফলঙত 72 সংখ্যক গণতন্ত্ৰ দিৱস উদযাপনৰ প্ৰস্তুতিক লৈ জিলা প্ৰশাসনৰ বিশেষ তৎপৰতা
হাফলঙত 72 সংখ্যক গণতন্ত্ৰ দিৱস উদযাপনৰ প্ৰস্তুতিক লৈ জিলা প্ৰশাসনৰ বিশেষ তৎপৰতা

ডিমা হাছাও,17 জানুৱাৰী: 72 সংখ্যক গণতন্ত্ৰ দিৱস উদযাপনৰ প্ৰস্তুতিক লৈ শনিবাৰে হাফলংত জিলা প্ৰশাসনৰ এখন জৰুৰী বৈঠক অনুষ্ঠিত হয় । জিলা উপায়ুক্ত পল বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত বৈঠক খনত উপস্থিত থাকে আৰক্ষী অধীক্ষক জয়ন্ত সিং আৰু বিভিন্ন চৰকাৰী বিভাগৰ বিষয়া সকলৰ লগতে বিভিন্ন দল সংগঠন আৰু সামাজিক সংগঠনৰ প্রতিনিধি ।

ইপিনে বৈঠক খনত জিলা উপাযুক্ত পল বৰুৱায় কয় যে, সম্পূৰ্ণ ক’ভিড প্ৰটকলৰ লগতে আৰু চৰকাৰী নিয়ম নীতি সম্পূৰ্ণ ৰূপে পালন কৰি উদযাপন কৰা হ’ব গণতন্ত্ৰ দিৱস । লগতে উপায়ুক্ত গৰাকীয়ে সদৰি কৰে যে, 72ক গণতন্ত্ৰ দিৱসৰ অনুষ্ঠানত এইবেলি বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু স্কাউট গাইড সকলো মাৰ্চপাষ্টত চামিল কৰা নহয় ক’ভিড-19 ৰোগৰ প্ৰতি লক্ষ্য ৰাখি ।

লগতে পঢ়কঃ বড়ো জনগোষ্ঠীৰ উন্নয়ন সন্দৰ্ভত বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.