ETV Bharat / state

ডি এন এল এ দুৰ্ধৰ্ষ কেডাৰৰ আত্মসমৰ্পণ

author img

By

Published : Sep 18, 2019, 11:31 AM IST

ডিমাছা নেশ্যনেল লিবাৰেচন আৰ্মিৰ দুৰ্ধৰ্ষ কেডাৰৰ আত্মসমৰ্পণ ৷ বৰ্তমানেও কাছাৰ জিলাত সক্ৰিয় প্ৰায় 100 জন ডি এন এল এৰ সদস্য ৷

ডি এন এল এ দুৰ্ধৰ্ষ কেডাৰৰ আত্মসমৰ্পণ

ডিমা হাছাও,18 চেপ্টেম্বৰঃ ডিমাছা নেশ্যনেল লিবাৰেচন আৰ্মি অৰ্থাৎ ডি এন এল এ দুৰ্ধৰ্ষ কেডাৰৰ আত্মসমৰ্পণ ৷ মঙলবাৰে সন্ধিয়া কাছাৰ জিলাৰ বিহাৰৰ পৰা আহি হাৰেংগাজাও আৰক্ষী থানাত আত্মসমৰ্পণ কৰে কেডাৰ জনে ৷ কেডাৰ জনৰ নাম বাবু হোজাই বুলি জানিব পৰা গৈছে ৷ আত্মসমৰ্পণ কৰিয়ে বাবু হোজাইয়ে কয় যে, চাকৰি নোপোৱাৰ বাবেই হতাশ হৈ ডি এন এল এৰ দৰে উগ্ৰবাদী সংগঠনত যোগদান কৰিবলৈ তেওঁ বাধ্য হয় ৷ লগতে বৰ্তমানেও কাছাৰ জিলাত প্ৰায় 100 জন ডি এন এল এৰ সদস্য সক্ৰিয় হৈ আছে বুলি জানিবলৈ দিয়ে ৷ ইয়াৰোপৰি জিলা খনৰ বিভিন্ন ঠাইত সংগঠনটোৱে নতুন সদস্য ভৰ্তি অভিযানো অব্যাহত ৰাখিছে ৷

Intro:ডিমা হাছাও ১৭ ছেপ্টেম্বৰ: ডিমা হাছাও জিলাত ডিমাছা ন্যাচনাল লিবাৰেচন আৰ্মি চুমুকৈ ডিএনএলএ উগ্ৰপন্থী সংগঠনৰ কেডাৰৰ আত্মসমৰ্পণ। আজি সন্ধিয়া ৭-৩০ মান বজাত কাছাৰ জিলাৰ বিহাৰৰ পৰা আহি হাৰেংগাজাও আৰক্ষী থানাৰ বিষয়া অংশু ৰাজকুমাৰৰ ওচৰত আত্মসমৰ্পণ কৰে ডিএনএলএ উগ্ৰপন্থী সংগঠনৰ কেডাৰ বাবু হোজাই। আত্মসমৰ্পণ কৰি বাবু হোজাইয়ে কয় চাকুৰি না পাই বাধ্য হৈ ডিএনএলএ উগ্ৰপন্থী সংগঠনত যোগ দিয়ে। বাবু হোজাইয়ে আৰু কয় এতিয়া প্ৰায় ১০০ জন ডিএনএলএ সদস্য সক্ৰিয় হৈ আছে কাছাৰ জিলাত বুলি সংবাদ মাধ্যমক সদৰী কৰে ডিএনএলএ উগ্ৰপন্থী সংগঠনৰ সদস্য বাবু হোজাইয়ে।Body:ডিমা হাছাও ১৭ ছেপ্টেম্বৰ: ডিমা হাছাও জিলাত ডিমাছা ন্যাচনাল লিবাৰেচন আৰ্মি চুমুকৈ ডিএনএলএ উগ্ৰপন্থী সংগঠনৰ কেডাৰৰ আত্মসমৰ্পণ। আজি সন্ধিয়া ৭-৩০ মান বজাত কাছাৰ জিলাৰ বিহাৰৰ পৰা আহি হাৰেংগাজাও আৰক্ষী থানাৰ বিষয়া অংশু ৰাজকুমাৰৰ ওচৰত আত্মসমৰ্পণ কৰে ডিএনএলএ উগ্ৰপন্থী সংগঠনৰ কেডাৰ বাবু হোজাই। আত্মসমৰ্পণ কৰি বাবু হোজাইয়ে কয় চাকুৰি না পাই বাধ্য হৈ ডিএনএলএ উগ্ৰপন্থী সংগঠনত যোগ দিয়ে। বাবু হোজাইয়ে আৰু কয় এতিয়া প্ৰায় ১০০ জন ডিএনএলএ সদস্য সক্ৰিয় হৈ আছে কাছাৰ জিলাত বুলি সংবাদ মাধ্যমক সদৰী কৰে ডিএনএলএ উগ্ৰপন্থী সংগঠনৰ সদস্য বাবু হোজাইয়ে।Conclusion:ডিমা হাছাও ১৭ ছেপ্টেম্বৰ: ডিমা হাছাও জিলাত ডিমাছা ন্যাচনাল লিবাৰেচন আৰ্মি চুমুকৈ ডিএনএলএ উগ্ৰপন্থী সংগঠনৰ কেডাৰৰ আত্মসমৰ্পণ। আজি সন্ধিয়া ৭-৩০ মান বজাত কাছাৰ জিলাৰ বিহাৰৰ পৰা আহি হাৰেংগাজাও আৰক্ষী থানাৰ বিষয়া অংশু ৰাজকুমাৰৰ ওচৰত আত্মসমৰ্পণ কৰে ডিএনএলএ উগ্ৰপন্থী সংগঠনৰ কেডাৰ বাবু হোজাই। আত্মসমৰ্পণ কৰি বাবু হোজাইয়ে কয় চাকুৰি না পাই বাধ্য হৈ ডিএনএলএ উগ্ৰপন্থী সংগঠনত যোগ দিয়ে। বাবু হোজাইয়ে আৰু কয় এতিয়া প্ৰায় ১০০ জন ডিএনএলএ সদস্য সক্ৰিয় হৈ আছে কাছাৰ জিলাত বুলি সংবাদ মাধ্যমক সদৰী কৰে ডিএনএলএ উগ্ৰপন্থী সংগঠনৰ সদস্য বাবু হোজাইয়ে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.