ETV Bharat / state

সন্ধান নাই জাতিঙা নৈৰ সোঁতে উটুৱাই নিয়া শ্ৰমিকৰ - শ্ৰমিক

মঙলবাৰে ডিটেকচৰাৰ গোলাবাৰী গাঁৱৰ ৰাজু নামৰ শ্ৰমিক জনে জাতিঙা নৈ পাৰ হ'বলৈ লওতেই বাঢ়নী পানীয়ে উটুৱাই লৈ যায় শ্ৰমিক জনক। বিগত চাৰি দিন অতিক্ৰম হোৱাৰ পিছতো সন্ধান ওলোৱা নাই ৰাজু নামৰ শ্ৰমিকজনৰ ।

সন্ধান নাই জাতিঙা নৈৰ সোতেঁ উতোৱাই নিয়া শ্ৰমিকৰ
author img

By

Published : Jun 29, 2019, 7:56 AM IST

Updated : Jun 29, 2019, 12:04 PM IST

ডিমা হাছাও, ২৮ জুনঃ শুকুৰবাৰে ডিমা হাছাও জিলাৰ জাতিঙা নৈৰ বাঢ়ঁনী পানীয়ে উটুৱাই লৈ যায় এজন শ্ৰমিকক। বিগত বহু দিনৰ অহা বৰষুণৰ ফলত ভৰি পৰিছে জাতিঙা নৈ ৷ আনহাতে ডিটেকচৰা অঞ্চলৰ গোলাবাৰী গাঁৱত ৰাইজে যাতায়ত কৰিবলৈ জাতিঙা নৈ ওপৰত দীৰ্ঘ দিনৰ পৰা দলং নিৰ্মাণৰ কাৰণে দাবী জনাই অহাৰ পিছতো কৰ্তৃপক্ষই কোনো পদক্ষেপ নোলোৱা বুলি জানিবলৈ দিয়ে স্থানীয় ৰাইজে ৷

সন্ধান নাই জাতিঙা নৈৰ সোতেঁ উতোৱাই নিয়া শ্ৰমিকৰ

মঙলবাৰে ডিটেকচৰাৰ গোলাবাৰী গাঁৱৰ ৰাজু নামৰ শ্ৰমিক জনে জাতিঙা নৈ পাৰ হ'বলৈ যাওঁতে বাঢ়নী পানীয়ে উটোৱাই লৈ যায় শ্ৰমিক জনক। বিগত চাৰি দিন অতিক্ৰম হোৱাৰ পিছতো সন্ধান ওলোৱা নাই ৰাজু নামৰ শ্ৰমিক জনৰ । ইপিনে গোলাবাৰী গাঁৱৰ ৰাইজে নৈখনৰ ওপৰত দলং নিৰ্মাণৰ দাবী জনাই অহাৰ পিছতো চৰকাৰ বা উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদ কৰ্তৃপক্ষই কোনো পদক্ষেপ গ্ৰহণ কৰা নাই বুলি ক্ষোভ প্ৰকাশ কৰে ৰাইজে।

Intro:ডিমা হাছাও ২৮ জুন: ডিমা হাছাও জিলাৰ ডিটেকচৰা নৈত বাহনীয়া পানীত ভাঁহি গল এজন শ্ৰমিক। ডিটেকচৰা অঞ্চলৰ গোলাবাৰী গাঁওত অহা যোৱাৰ কাৰণে জাতিঙা নৈ ওপৰত দীৰ্ঘ দিনৰ পৰা কোন দলং নাই। গাঁওৰ ৰাইজে দীৰ্ঘ দিনৰ পৰা জাতিঙা নৈত দলং নিৰ্মাণৰ কাৰণে দাবী জনাই অহাৰ পিছতে কৰ্তৃপক্ষই কোন পদক্ষেপ লোৱা নাই বুলি গোলাবাৰী গাঁওৰ ৰাইজে অভিযোগ কৰি কয় আজি জাতিঙা নদীৰ ওপৰত দলং ন থকাৰ কাৰণে নৈ পাৰ হৈ যোৱাৰ সময়ত নৈৰ বাহনীয়া পানীয়ে এজন শ্ৰমিকক লৈ যায়।Body:উল্লেখযোগ্য যোৱা কিমান দিনৰ পৰা ডিমা হাছাও জিলাত তীব্ৰ বৰুষণৰ ফলত জাতিঙা নৈ ফুলিফাপি ওঠে। যোৱা মঙ্গলবাৰে ডিটেকচৰাৰ গোলাবাৰী গাঁওৰ ৰাজু নামৰ শ্ৰমিক জন জাতিঙা নৈ পাৰ হৈ যাওতে জাতিঙা নৈৰ বাহনীয়া পানীয়ে বহাই লৈ যায়। ইয়াৰ পিছত চাৰি দিন অতিক্ৰম হোৱাৰ পিছতো ৰাজু নামৰ শ্ৰমিক জনৰ কোন সন্ধান নাই।Conclusion:ইপিনে গোলাবাৰী গাঁওৰ ৰাইজ দীৰ্ঘ দিনৰ পৰা জাতিঙা নৈ ওপৰত দলং নিৰ্মাণৰ দাবী জনাই অহাৰ পিছতো চৰকাৰ বা উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদ কৰ্তৃপক্ষই কোন পদক্ষেপ গ্ৰহণ কৰা নাই বুলি ৰাইজে ক্ষোভ প্ৰকাশ কৰে। গাঁওৰ ৰাইজৰ অভিযোগ চৰকাৰৰ উদাসীনতাৰ ফলত আজি এনেকৈ ঘটনা সংঘটিত হয়।
Last Updated : Jun 29, 2019, 12:04 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.