ETV Bharat / state

মৰাণত আৰ্থিক আত্মনিৰ্ভৰশীলতাৰ বাবে উদ্যমিতা বিকাশ শীৰ্ষক কৰ্মশালা - Moran

মৰাণত আৰ্থিক আত্মনিৰ্ভৰশীলতাৰ বাবে উদ্যমিতা বিকাশ শীৰ্ষক কৰ্মশালা ৷ ‘ওম’(OUM) নামৰ স্বেচ্ছাসেৱী সংস্থাৰ উদ্যোগত অনুষ্ঠিত কৰা হয় এই কৰ্মশালাখন ৷

A_Moran_Workshop_on_entrepreneurship_img_As10031
মৰাণত আৰ্থিক আত্মনিৰ্ভৰশীলতাৰ বাবে উদ্যমিতা বিকাশ শীৰ্ষক কৰ্মশালা
author img

By

Published : Dec 1, 2020, 9:47 PM IST

মৰাণ,1 ডিচেম্বৰঃ মৰাণত ‘ওম’(OUM) নামৰ স্বেচ্ছাসেৱী সংস্থাৰ উদ্যোগত অনুষ্ঠিত কৰা হয় এক কৰ্মশালা ৷ ‘আৰ্থিক আত্মনিৰ্ভৰশীলতাৰ বাবে উদ্যমিতা বিকাশ’ শীৰ্ষক কৰ্মশালাখনত শিৱসাগৰৰ প্ৰায় ৪০০ যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰে ৷ এই কৰ্মশালাখনত লেপেটকটা গেছ ক্ৰেকাৰ প্ৰকল্পৰ মূখ্য প্ৰৱন্ধক ড৹ প্ৰাঞ্জল ফুকন, ডিব্ৰুগড় জিলা গাহৰি পালক সংস্থাৰ সম্পাদক দেৱৰাজ স্বৰ্গীয়াৰীৰ উপৰিও কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

A_Moran_Workshop_on_entrepreneurship_img_As10031
মৰাণত আৰ্থিক আত্মনিৰ্ভৰশীলতাৰ বাবে উদ্যমিতা বিকাশ শীৰ্ষক কৰ্মশালা

এই অনুষ্ঠানত সমল ব্যক্তিসকলে মূখ্যতঃ মাৰ্কেট লিংকেজ থকা কিছুমান ব্যৱসায়িক ক্ষেত্ৰৰ সৈতে নিবনুৱা যুৱক-যুৱতী সকলক যোগাযোগ স্থাপনৰ বাবে কৌশল সমূহৰ বিষয়ত ভাষণ প্ৰদান কৰে । কৰ্মশলাখনত মৰাণৰ বিধায়ক চক্ৰধৰ গগৈয়ে নিজেই উপস্থিত থাকি সকলো দিশ তদাৰক কৰে ।

লগতে পঢ়ক-BTCত আইন ভংগকাৰীৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থাঃ ভাস্কৰজ্যোতি মহন্ত

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.