ডিব্ৰুগড় টিংখাঙৰ এগৰাকী প্ৰকৃতিপ্ৰেমী । ব্যতিক্ৰমী কৰ্মৰে চৰ্চিত লোকজন । পেচাত এগৰাকী চাহ খেতিয়ক জয়দত কোঁৱৰৰ চোতাল এতিয়া শোভাবৰ্দ্ধন কৰিছে দুই বিদেশী ৰাষ্ট্ৰৰ চৰাইয়ে ৷ সবিশেষ চাওক এই প্ৰতিবেদনত
টিংখাঙত দুটি আলহী পক্ষী - দুই বিদেশী ৰাষ্ট্ৰৰ চৰাই
পক্ষী সংৰক্ষণৰ প্ৰতি প্ৰবল ধাউতি থকা এজন ব্যক্তি ৷ লোকজনৰ চোতালত উমলিছে দুবিধ বিদেশী চৰাইয়ে
টিংখাঙত দুটি আলহী পক্ষী
ডিব্ৰুগড় টিংখাঙৰ এগৰাকী প্ৰকৃতিপ্ৰেমী । ব্যতিক্ৰমী কৰ্মৰে চৰ্চিত লোকজন । পেচাত এগৰাকী চাহ খেতিয়ক জয়দত কোঁৱৰৰ চোতাল এতিয়া শোভাবৰ্দ্ধন কৰিছে দুই বিদেশী ৰাষ্ট্ৰৰ চৰাইয়ে ৷ সবিশেষ চাওক এই প্ৰতিবেদনত
Intro:মানুহজনৰ পক্ষী সংৰক্ষণৰ প্ৰতি আছে প্ৰবল ধাউতি। দুখন বিদেশী ৰাষ্ট্ৰৰ আলহী পক্ষীয়ে আতিথ্য লাভ কৰিছে ব্যক্তিজনৰ গৃহ-চৌহদত। বিশেষকৈ অষ্ট্ৰেলিয়াৰ ৰাষ্ট্ৰীয় পক্ষী ইমো চৰাই চাবলৈ বহু লোকে ভিৰ কৰেহি লোকজনৰ চোতালত।
Body:ডিব্ৰুগড় টিংখাঙৰ এজন প্ৰকৃতিপ্ৰেমী । ব্যতিক্ৰমী কৰ্মৰে চৰ্চিত লোকজন । ৰাজ্যৰ ভিতৰত অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈছে জয়দত কোঁৱৰ নামৰ লোকজন । পেচাত এজন খেতিয়ক । দুখন বিদেশী ৰাষ্ট্ৰৰ পক্ষীয়ে জয়দত কোঁৱৰৰ গৃহৰ সুভাবৰ্দ্ধন কৰিছে । জয়দত কোঁৱৰৰ গৃহত বিচৰণ কৰি থাকে দুটা বিশালকায় চৰাইয়ে । আপোনাৰ বাবে হয়তো অচিনাকি এই বিশেষ চৰাইবিধ, এইবিধ অষ্ট্ৰেলিয়াৰ ৰাষ্ট্ৰীয় পক্ষী ইমো চৰাই লগতে তুৰ্কীস্তানৰ তাৰ্কি চৰাইয়েও আতিথ্য লাভ কৰিছে জয়দত কোঁৱৰৰ । ৰাজগড় -ৰাঙলী গাঁৱৰ জয়দত কোঁৱৰৰ ঘৰত এই পৰিবেশ চাবলৈ ভৰি দিয়েহি দেশী - বিদেশী লোক ।
বাইট-:
Conclusion:কেৱল সেইয়াই নহয়, পশু-পক্ষী পালন আৰু কৃষি কৰ্মৰে স্বাৱলম্বীতাৰ এক নিদৰ্শনো দাঙি ধৰিছে লোকজনে । অঞ্চলটোৰ এজন বিশিষ্ট চাহ খেতিয়ক জয়দত কোঁৱৰৰ নাম থকা কোৱৰৰ বাগিচাত পোৱা যায় বিভিন্ন ধৰনৰ ফলমূলৰ গছ, মূল্যবান গছ- গছনি । উন্নত প্ৰজাতিৰ গাহৰি পালন কৰি বছৰি কেইবালক্ষ্য টকা উপাৰ্জন কৰে জয়দত কোঁৱৰে । আনহাতে, ফলমূলৰ বাগিচা অথৱা গ্ৰীন টিৰ বাবে নিজে ঘৰতে প্ৰস্তুত কৰি লৈছে জৈৱিক সাৰ । পক্ষী সংৰক্ষণৰ প্ৰতি প্ৰবল হেঁপাহ থকাৰ বাবেই বিদেশী ৰাষ্ট্ৰৰ পক্ষীয়ে আতিথ্য লাভ কৰিছে জয়দত কোঁৱৰৰ গৃহ-চৌহদত।