ETV Bharat / state

টিংখাঙত পকীপথ নিৰ্মাণত ভয়ংকৰ দুৰ্নীতি

author img

By

Published : Feb 18, 2020, 9:48 AM IST

টিংখাঙত পথ নিৰ্মাণৰ নামত ঠিকাদাৰৰ বিৰুদ্ধে চৰকাৰী ধন লুণ্ঠনৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ টিংখাঙৰ নীলমণি-কেছেৰুগুৰি সংযোগী পথটো নিৰ্মাণ কৰাৰ পিছত চপৰা-চপৰে খহিব লৈছে পথটোৰ ওপৰৰ অংশ । ডিব্ৰুগড় জিলাৰ গড়কাপ্তানী বিভাগৰ অধীনস্থ প্ৰায় 7 কিল’মিটাৰ দৈৰ্ঘ্যৰ পথটো ধূলি-বালিৰ ওপৰতে ব্লেক টেপিং কৰাৰ বাবে খহি যোৱাত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ ৷

Tingkhong Corruption at road construction Dibrugarh Assam Etv Bharat news
পকীপথ নিৰ্মাণত দুৰ্নীতি

টিংখাং,18 ফেব্ৰুৱাৰীঃ টিংখাঙত পথ নিৰ্মাণত সংঘটিত হৈছে ব‍্যাপক দুৰ্নীতি ৷ পথ নিৰ্মাণৰ নামত ঠিকাদাৰৰ বিৰুদ্ধে চৰকাৰী ধন লুণ্ঠনৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ ঘটনাৰ বিৱৰণী অনুসৰি,টিংখাঙৰ নীলমণি-কেছেৰুগুৰি সংযোগী পথটো নিৰ্মাণ কৰাৰ পিছত চপৰা-চপৰে খহিবলৈ লৈছে পথটোৰ ওপৰৰ অংশ। ডিব্ৰুগড় জিলাৰ গড়কাপ্তানী বিভাগৰ অধীনস্থ প্ৰায় 7 কিল’মিটাৰ দৈৰ্ঘ্যৰ পথটো ধূলি-বালিৰ ওপৰতে ব্লেক টেপিং কৰাৰ বাবে খহি যোৱাত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ ৷

পকীপথ নিৰ্মাণত দুৰ্নীতি

চৰকাৰী ধনৰ শৰাধ কৰি ঠিকাদাৰে নিম্ন মানদণ্ডৰ সামগ্ৰীৰে পথটো নিৰ্মাণ কৰাত এনেদৰে উঠি গৈছে পকী কাৰপেটিংসমূহ। পথটোৰ দায়িত্বত থকা ঠিকাদাৰগৰাকীৰ বিৰুদ্ধে বিভাগীয় কৰ্তৃপক্ষ আৰু স্থানীয় বিধায়ক বিমল বড়াই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত হ’ব লক্ষণীয় ৷

লগতে চাওকঃসামৰণি পৰিল মুখ্যমন্ত্ৰী মহিলা ক্ৰীড়া প্ৰতিযোগিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.