ETV Bharat / state

অখিল গগৈৰ মুক্তিৰ দাবীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

author img

By

Published : Dec 24, 2020, 7:38 PM IST

মুখ্যমন্ত্ৰীৰ গৃহ জিলাত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ মানৱ শৃংখল প্ৰদৰ্শন ৷ কৃষক নেতা অখিল গগৈক মুক্তি নিদিয়া পৰ্যন্ত আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ সংগঠনটোৰ ৷

SMSS Protest to free akhil gogoi from jail moran dibrugarh assam etv bharat news
ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

মৰাণ,24 ডিচেম্বৰ: অখিল গগৈক বিজেপি চৰকাৰে ভয় কৰে ৷ এই ভয়ৰ বাবে কৃষক নেতাগৰাকীক কাৰাবন্দী কৰি ৰাখিছে ৷ কিন্তু আমি বহি নাথাকো ৷ নাগৰিকত্ব সংশোধনী আইন বাতিল নোহোৱালৈকে আৰু গগৈক মুক্তি নিদিয়া পৰ্যন্ত আন্দোলন অব্যাহত ৰাখিম ৷ এই হুংকাৰেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কৰ্মকৰ্তাসকলে ৷

ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীৰ গৃহ জিলা ডিব্ৰুগড়ত এইদৰে কৃষক নেতাগৰাকীৰ মুক্তিৰ দাবী তুলি মানৱ শৃংখল প্ৰদৰ্শন কৰে সংগঠনটোৰ কৰ্মকৰ্তাসকলে ৷ কাৰাবন্দী নেতা অখিল গগৈৰ মুক্তিৰ লগতে আন কাৰাবন্দী নেতাসকলৰো মুক্তিৰ দাবী তোলে প্ৰতিবাদকাৰীসকলে ৷ অন্যথা পৰৱৰ্তী সময়ত এই আন্দোলন অধিক তীব্ৰতৰ ৰূপত গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কৰ্মকৰ্তাসকলে ৷

লগতে চাওকঃ ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ জন্মতিথি উপলক্ষে ফুটবল প্ৰতিযোগিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.