ETV Bharat / state

ডিব্ৰুগড়ত আৰক্ষীৰ লাঠিচালনাত আঘাতপ্ৰাপ্ত যুৱকৰ মৃত্যু

author img

By

Published : Dec 13, 2019, 2:55 PM IST

Updated : Dec 13, 2019, 3:44 PM IST

one injured died at Dibrugarh
ডিব্ৰুগড়ত আৰক্ষীৰ লাঠিচালনা

14:36 December 13

ডিব্ৰুগড়ত আৰক্ষীৰ লাঠিচালনাত বীজেন্দ্ৰ পাংগি নামৰ এজন যুৱকৰ মৃত্যুৰ অভিযোগ স্থানীয় ৰাইজৰ

  • ডিব্ৰুগড়ত আৰক্ষীৰ লাঠিচালনাত আহত এজন যুৱকৰ মৃত্যু
  • নিহত যুৱকজনৰ নাম বীজেন্দ্ৰ পাংগি
  • অভিযোগ অনুসৰি সেনা আৰক্ষীয়ে বৃহস্পতিবাৰে গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰিছিল যুৱকজনক
  • সেনা আৰক্ষীৰ প্ৰহাৰৰ ফলতে যুৱকজনৰ মৃত্যু হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ
  • যুৱকজনৰ স্থায়ী ঘৰ কলাখোৱাত যদিও যুৱকজন আছিল ডিব্ৰুগড় কাংকান নগৰৰ বাসিন্দা 
  • ইফালে এই মৃত্যু সন্দৰ্ভত বিপৰীত ভাষ্য ডিব্ৰুগড় প্ৰশাসনৰ 
  • প্ৰশাসনৰ মতে সেনা আৰক্ষীয়ে কোনো লোকক প্ৰহাৰ কৰা নাই আৰু সেনা আৰক্ষীৰ প্ৰহাৰত কোনো লোকৰ মৃত্যু হোৱা নাই
  • যদি তেনে কোনো তথ্য প্ৰমাণ জনসাধাৰণৰ ওচৰত আছে সেয়া প্ৰকাশ কৰিবলৈ ক'লে জিলা প্ৰশাসনৰ হৈ ডিব্ৰুগড় জিলা তথ্য আৰু জনসংযোগ বিষয়াই 
     
Intro:Body:

Dib Big Breaking

ডিব্ৰুগড়ত আৰক্ষীৰ লাঠিচালনাত আহত এজন যুৱকৰ মৃত্যু। নিহত যুৱকজনৰ নাম বীজেন্দ্ৰ পাংগি।অভিযোগ  সেনা আৰক্ষীয়ে কালি গুৰুলা গুৰুলকৈ  প্ৰহাৰ কৰিছিল । গুৰুতৰভাৱে আহত যুৱকজনে আজি শেষ নিশ্বাস ত্যাগ কৰে। সেনা আৰক্ষীৰ প্ৰহাৰৰ ফলতে যুৱকজনৰ মৃত্যু হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ।  যুৱকজনৰ স্থায়ী  ঘৰ কলাখোৱাত যদিও ডিব্ৰুগড় কাংকান নগৰৰ বাসিন্দা আছিল।অৱশ্যে ডিব্ৰুগড় প্ৰশাসনৰ মতে সেনা আৰক্ষীয়ে কোনো লোকক প্ৰহাৰ কৰা নাই,সেনা আৰক্ষীৰ প্ৰহাৰত কোনো লোক মৰা নাই,তেনে কোনো তথ্য প্ৰমাণ আছে যদি প্ৰকাশ কৰিবলৈ ক'লে জিলা 

  প্ৰশাসনৰ হৈ ডিব্ৰুগড় জিলা তথ্য আৰু জনসংযোগ বিষয়াই।

Conclusion:
Last Updated : Dec 13, 2019, 3:44 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.