ETV Bharat / state

ডিব্ৰুগড়ত বাইকত অহা দুৰ্বৃত্তই পুনৰ লুটিলে ধন

author img

By

Published : Jul 7, 2019, 3:23 AM IST

Updated : Jul 7, 2019, 7:01 AM IST

ডিব্ৰুগড়ত পুনৰ চিলনী চোৰৰ তাণ্ডৱ ৷ অৰুণ গোহাঁই নামৰ লোক জনে ডিব্ৰুগড় এক্সিছ বেংকৰ পৰা ১ লাখ ৭০হেজাৰ টকা উলিয়াই পথেৰে গৈ থকা অৱস্থাত সদৰ থানাৰ সমীপৰ পৰা মটৰচাইলেত অহা দুটা চিলনী চোৰে ঠপিয়াই নিয়ে টকাৰ বেগটো

ডিব্ৰুগড়ত বাইকত অহা দুৰ্বৃত্তই পুনৰ লুটিলে ধন

ডিব্ৰুগড় 7 জুলাইঃ ডিব্ৰুগড়ত পুনৰ চিলনী চোৰৰ তাণ্ডৱ ৷ অৰুণ গোহাঁই নামৰ লোক জনে ডিব্ৰুগড় এক্সিছ বেংকৰ পৰা ১ লাখ ৭০হেজাৰ টকা উলিয়াই পথেৰে গৈ থকা অৱস্থাত সদৰ থানাৰ সমীপৰ পৰা মটৰচাইলেত অহা দুটা চিলনী চোৰে ঠপিয়াই নিয়ে টকাৰ বেগটো । চাবুৱাৰ নিবাসী অৰুণ গোহাঁই এজন ক্ষুদ্ৰ চাহ খেতিয়কে ভাতৃৰ চিকিৎসাৰ বাবে বেংকৰ পৰা উলিয়াই নিছিল টকা খিনি। উল্লেখ্য যে নম্বৰ প্লেট বিহীন পালচাৰ বাইকত আহিছিল যুৱক দুজন ৷ অৰুণ গোহাঁইয়ে যুৱক দুজনক কৰায়ত্ত কৰিবলৈ চেষ্টা কৰিছিল যদিও সফল নহল ৷ অৰুণ গোহাঁইয়ে এই সন্দৰ্ভত আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে৷ ডিব্ৰুগড় চহৰত ইয়াৰ পূৰ্বেও এনে কেইবাটাও ঘটনা সংঘটিত হৈছে কিন্তু আজিলৈকে কোনো এজন অপৰাধীক আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই ৷

Intro:ডিব্ৰুগড়ত পুনৰ বাইকত অহা দুৰ্বিত্তৰ ধন লুট,লৈ গ'ল
1.70 লাখBody:A_dib_801to805_ money_loot_203913

ডিব্ৰুগড়ত পুনৰ বাইকত অহা দুৰ্বিত্তই লুতিলে ধন

ডিব্ৰুগড়ত পুণৰ চিলনী চোৰৰ আতংক।সদৰ থানাৰ সমিপৰ পৰাই কাঢ়ি নিলে নগদ ১ লাখ ৭০হেজাৰ টকা। অৰুণ গোহাঁই নামৰ লোক জনে ডিব্ৰুগড় এক্সিছ বেংকৰ পৰা উলিয়াই পথেৰে গৈ থকা অৱস্থাত সদৰ থানাৰ সমিপৰ পৰা মটৰচাইলেত অহা দুটা চিলনী চোৰে ঠপিয়াই নিয়ে টকাৰ বেগটো।চাবুৱাৰ নিবাসী অৰুণ গোহাঁই এজন ক্ষুদ্ৰ চাহ খেতিয়ক।ভাতৃৰ চিকিৎসাৰ বাবে বেংকৰ পৰা উলিয়াই নিছিল টকা খিনি।নম্বৰ প্লেট বিহীন পালচাৰ বাইকত অহা যুৱক দুজনকে কাঢ়ি নিয়ে টকাখিনি। অৰুণ গোহাঁইয়ে কিছুদূৰ খেদি গৈছিল যদিও চুৰ দুটাক ধৰিবলৈ সক্ষম নহল।ঘটনাৰ সন্দৰ্ভত আৰক্ষীক গোচৰ তৰা হৈছে।ডিব্ৰুগড় চহৰত ইয়াৰ পূৰ্বেও এনে কেইবাটাও ঘটনা সংঘটিত হৈছে কিন্তু আজিলৈকে কোনো এজন অপৰাধীক আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই।

Byte:-অৰুণ গোহাঁই।

ডিব্ৰুগড়ৰ পৰা জেচিম আহমেদ etv bharat Conclusion:ঐ
Last Updated : Jul 7, 2019, 7:01 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.