ETV Bharat / state

নিজ বাসগৃহত উপস্থিত হৈ কি ক’লে মন্ত্ৰী বিমল বৰাই ?

বৃহস্পতিবাৰে সন্ধিয়া নিজ বাসগৃহত উপস্থিত হয় ক্ৰীড়া আৰু যুৱ-কল্যাণ, শক্তি, পৰ্যটন বিভাগৰ মন্ত্ৰী বিমল বৰা । আগন্তুক দিনত টিংখং সমষ্টিত ক্ৰীড়া, পৰ্যটন, যুৱ-কল্যাণ, শক্তি আদি দিশত বিকাশ সাধন কৰা হ’ব ৷ সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷

author img

By

Published : May 14, 2021, 2:33 PM IST

minister bimal bora at tingkhong
টিংখংত মন্ত্ৰী বিমল বৰা

টিংখং,14 মে’ : টিংখঙৰ নিজ বাসগৃহত উপস্থিত হয় ক্ৰীড়া আৰু যুৱ-কল্যাণ, শক্তি, পৰ্যটন বিভাগৰ মন্ত্ৰী বিমল বৰা । শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ক’ভিড পৰিস্থিতিৰ বুজ লৈ বৃহস্পতিবাৰে সন্ধিয়া ভাগত পোনে পোনে নিজৰ সমষ্টিৰ বাসগৃহত উপস্থিত হয় মন্ত্ৰীগৰাকী ৷

টিংখংত মন্ত্ৰী বিমল বৰা

তেওঁ কয় যে, আগন্তুক দিনত সমগ্ৰ অসমত সমদৃষ্টি-সম বিকাশেৰে কাম কৰি যাব । লগতে টিংখং সমষ্টিত ক্ৰীড়া, পৰ্যটন, যুৱ-কল্যাণ, শক্তি আদি দিশত বিকাশ সাধন কৰিব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে মন্ত্ৰী বিমল বৰাই ।

লগতে পঢ়ক : আজান পীৰৰ জিকিৰেৰে ঈদৰ শুভেচ্ছা জনালে সাংবাদিকে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.