ETV Bharat / state

ডিব্ৰুগড়ত আৰক্ষীয়ে নষ্ট কৰিলে বৃহৎ পৰিমাণৰ অবৈধ সুৰা

গোলাঘাটৰ সুৰা ট্ৰেজেদীৰ পাচতে ৰাজ্যত তীব্ৰতৰ হৈ উঠিছে সুৰা বিৰোধী অভিযান

author img

By

Published : Mar 24, 2019, 7:48 AM IST

ডিব্ৰুগড় আৰক্ষীয়ে নষ্ট কৰিলে অবৈধ সুৰা

ডিব্ৰুগড় 24 মাৰ্চঃ- গোলাঘাটৰ সুৰা ট্ৰেজেদীৰ পাচতে ৰাজ্যত এতিয়া তীব্ৰতৰ হৈ উঠিছে সুৰা বিৰোধী অভিযান। ইয়াৰ মাজতে আজি ডিব্ৰুগড় আৰক্ষীয়ে অবৈধ সুৰাৰ বিৰুদ্ধে চহৰখনত অভিযান চলাই৷

etv bharat

হোৱাল থানাৰ অন্তৰ্গত বিভিন্ন ঠাইত আৰক্ষীৰ এই অভিযানত নষ্ট কৰা হয় বহুতো মদৰ ঘাটি৷ উল্লেখ্য যে, লাহোৱাল থানাৰ ভাৰাপ্ৰাপ্ত বিষয়া ঋষিকেষ হাজৰিকাৰ নেতৃত্বত যোৱা দলে লণ্ড ভণ্ড কৰে কেইবাটাও অবৈধ চুলাই মদৰ ঘাটি৷ লগতে নষ্ট কৰে বৃহৎ পৰিমাণে অবৈধ ভাৱে মজুত ৰখা চুলাই সহ অবৈধ সুৰা৷

ডিব্ৰুগড় 24 মাৰ্চঃ- গোলাঘাটৰ সুৰা ট্ৰেজেদীৰ পাচতে ৰাজ্যত এতিয়া তীব্ৰতৰ হৈ উঠিছে সুৰা বিৰোধী অভিযান। ইয়াৰ মাজতে আজি ডিব্ৰুগড় আৰক্ষীয়ে অবৈধ সুৰাৰ বিৰুদ্ধে চহৰখনত অভিযান চলাই৷ হোৱাল থানাৰ অন্তৰ্গত বিভিন্ন ঠাইত আৰক্ষীৰ এই অভিযানত নষ্ট কৰা হয় বহুতো মদৰ ঘাটি৷ উল্লেখ্য যে, লাহোৱাল থানাৰ ভাৰাপ্ৰাপ্ত বিষয়া ঋষিকেষ হাজৰিকাৰ নেতৃত্বত যোৱা দলে লণ্ড ভণ্ড কৰে কেইবাটাও অবৈধ  চুলাই মদৰ ঘাটি৷ লগতে নষ্ট কৰে বৃহৎ পৰিমাণে অবৈধ ভাৱে মজুত ৰখা চুলাই সহ অবৈধ সুৰা৷ 

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.