ETV Bharat / state

ডিব্ৰুগড়ৰ চান্দমাৰি ঘাটত নৃশংস হত্যাকাণ্ড - ব্ৰহ্মপুত্ৰৰ পাৰত

ডিব্ৰুগড়ৰ চান্দমাৰি ঘাটত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। কোনো দুৰ্বৃত্তই চোকা অস্ত্ৰৰে নিৰ্মম ভাৱে কাটি হত্যা কৰি এজন যুৱকক নিশা পেলাই গ’ল ব্ৰহ্মপুত্ৰৰ পাৰত। ৰাজেশ সিং নামৰ এজন যুৱকক চোকা অস্ত্ৰৰে ডিঙি ৰেপি উপৰ্যুপৰি কাটি হত্যা কৰি পেলাই থৈ গ‘ল।

dibrugarh-murder-case
ডিব্ৰুগড়ৰ চান্দমাৰি ঘাটত নৃশংস হত্যাকাণ্ড
author img

By

Published : Nov 6, 2020, 10:38 PM IST

ডিব্ৰুগড়, 6 নৱেম্বৰ : ডিব্ৰুগড়ৰ চান্দমাৰি ঘাটত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। কোনো দুৰ্বৃত্তই চোকা অস্ত্ৰৰে নিৰ্মম ভাৱে কাটি হত্যা কৰি এজন যুৱকক নিশা পেলাই গ’ল ব্ৰহ্মপুত্ৰৰ পাৰত। ৰাজেশ সিং নামৰ এজন যুৱকক চোকা অস্ত্ৰৰে ডিঙি ৰেপি উপৰ্যুপৰি কাটি হত্যা কৰি পেলাই থৈ যায়।

dibrugarh-murder-case
ডিব্ৰুগড়ৰ চান্দমাৰি ঘাটত নৃশংস হত্যাকাণ্ড

পুৱা স্থানীয় ৰাইজে ক্ষত-বিক্ষত মৃতদেহটো প্ৰত্যক্ষ কৰাৰ পাছতেই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় । বৰ্তমানে আৰক্ষীয়ে স্নিফাৰ ড'গৰ জৰিয়তে তদন্ত অব্যাহত ৰাখিছে। বৃহস্পতিবাৰে সন্ধিয়াৰ পৰাই নিৰুদ্দেশ হৈ থকা যুৱক জনক কোনে কি কাৰণত এনেদৰে অতি নৃশংস ভাবে হত্যা কৰি পেলাই থৈ যায় তাকে লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷
লগতে পঢ়ক: মৰিগাঁৱত চিকিৎসালয় আৰু গৱেষণা কেন্দ্ৰৰ দুৱাৰ মুকলি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.