ডিব্ৰুগড়, 22 ছেপ্টেম্বৰঃ শনিবাৰে বিয়লি ডিব্ৰুগড়স্থিত পেণ্টালুনচ নামৰ ব্যৱসায়িক শ্বপিং মলটোৰ লিফটৰ তলত কৰ্মচাৰী লাটু দিহিঙীয়াৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতেই আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷ এই পৰ্যন্ত হত্যা নে দুৰ্ঘটনা সেয়া স্পষ্ট হৈ উঠা নাই যদিও ৷ আৰক্ষীয়ে ইতিমধ্যে আতক কৰা ১৫ জনৰে 6 জনক বাদ দি কেইজনক সোধপোছ কৰি মুকলি কৰি দিয়ে দিয়ে ৷ আনহাতে 6 জনৰ বিৰুদ্ধে ডিব্ৰুগড়ৰ সদৰ আৰক্ষী থানাৰ ১৫৮১/১৯নং গোচৰৰ অধীনত পেণ্টালুনচৰ মেনেজাৰ ৰঞ্জু হাজৰিকা,কৰ্মচাৰী দিপেন দিহিঙীয়া, ছজিবুৰ ৰহমান, কেশৱ হাজৰিকা, কেশৱ সোণোৱাল,আৰু ৰঞ্জিত বৰুৱাক গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে । ইফালে আৰক্ষীয়ে প্ৰতিষ্ঠানটোৰ কৰ্ত্তৃপক্ষৰ লগতে পেণ্টালুনচৰ পৰিচালক আৰু জড়িত সকলক মুকলি কৰি নিৰ্দোষী সকলক গ্ৰেপ্তাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে মৃত লাটু দিহিঙীয়াৰ গাঁৱৰ ৰাইজে ৷ আনহাতে নিহত লাটুৰ একে গাঁৱৰে দীপেন দিহিঙ্গীয়াক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাক লৈ তীব্ৰ ক্ষোভ একাংশ ৰাইজৰ । গাওঁবাসীৰ ভাষ্য অনুসৰি দীপেনে নিজ গাঁৱৰ নিবনুৱা যুৱকক আন বহু এনে স্থানীয় শ্বপিং মলত সংস্থাপনৰ পূৰ্বেও দিহা কৰিছে । ৰাইজৰ মতে নিজ গাঁৱৰে লাটুকও দীপেনে নতুনকৈ মুকলি কৰা পেন্টালুনচত সংস্থাপনৰ বাবে যোগাযোগ কৰাই দিছিল । তেনেস্থলত যুৱকজনক আৰক্ষীয়ে দোষী সজোৱা কাণ্ডক সহজভাৱে ল'ব পৰা নাই গাওঁবাসীয়ে ৷ আৰক্ষীয়ে মালিকপক্ষৰ পক্ষ লৈ নিৰ্দোষী যুৱকক দোষী সজোৱা বুলি অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷ আনহাতে ৰাইজে দীপেনক মুকলি নকৰা পৰ্যন্ত ৰাইজে পেন্টালুনচ মুকলি কৰিব নিদিয়ে বুলি দিলে হুংকাৰ দিছে ।
ডিব্ৰুগড়ৰ পেণ্টালুনচত কাণ্ডঃ নিৰ্দোষী যুৱকক গ্ৰেপ্তাৰৰ অভিযোগ আৰক্ষীৰ বিৰুদ্ধে - Dibrugarh news
ডিব্ৰুগড়ৰ পেণ্টালুনচৰ ঘটনা সন্দৰ্ভত ছয়জনক গ্ৰেপ্তাৰ আৰক্ষীৰ । উদ্বোধনৰ পিছদিনাই পেণ্টালুনচত নিৰ্মীয়মান লিফটৰ তলত কৰ্মৰত লাটু দিহিঙীয়া নামৰ কৰ্মচাৰী জনৰ মৃতদেহ উদ্ধাৰ হৈছিল । ইফালে ঘটনাক সংক্ৰান্তত আৰক্ষীৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন মৃত কৰ্মচাৰীজনৰ গাঁওবাসীৰ ৷ গাঁওবাসীয়ে গ্ৰহণ কৰিছে পেণ্টালুনচ বন্ধৰ কাৰ্যসূচী ৷
ডিব্ৰুগড়, 22 ছেপ্টেম্বৰঃ শনিবাৰে বিয়লি ডিব্ৰুগড়স্থিত পেণ্টালুনচ নামৰ ব্যৱসায়িক শ্বপিং মলটোৰ লিফটৰ তলত কৰ্মচাৰী লাটু দিহিঙীয়াৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতেই আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷ এই পৰ্যন্ত হত্যা নে দুৰ্ঘটনা সেয়া স্পষ্ট হৈ উঠা নাই যদিও ৷ আৰক্ষীয়ে ইতিমধ্যে আতক কৰা ১৫ জনৰে 6 জনক বাদ দি কেইজনক সোধপোছ কৰি মুকলি কৰি দিয়ে দিয়ে ৷ আনহাতে 6 জনৰ বিৰুদ্ধে ডিব্ৰুগড়ৰ সদৰ আৰক্ষী থানাৰ ১৫৮১/১৯নং গোচৰৰ অধীনত পেণ্টালুনচৰ মেনেজাৰ ৰঞ্জু হাজৰিকা,কৰ্মচাৰী দিপেন দিহিঙীয়া, ছজিবুৰ ৰহমান, কেশৱ হাজৰিকা, কেশৱ সোণোৱাল,আৰু ৰঞ্জিত বৰুৱাক গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে । ইফালে আৰক্ষীয়ে প্ৰতিষ্ঠানটোৰ কৰ্ত্তৃপক্ষৰ লগতে পেণ্টালুনচৰ পৰিচালক আৰু জড়িত সকলক মুকলি কৰি নিৰ্দোষী সকলক গ্ৰেপ্তাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে মৃত লাটু দিহিঙীয়াৰ গাঁৱৰ ৰাইজে ৷ আনহাতে নিহত লাটুৰ একে গাঁৱৰে দীপেন দিহিঙ্গীয়াক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাক লৈ তীব্ৰ ক্ষোভ একাংশ ৰাইজৰ । গাওঁবাসীৰ ভাষ্য অনুসৰি দীপেনে নিজ গাঁৱৰ নিবনুৱা যুৱকক আন বহু এনে স্থানীয় শ্বপিং মলত সংস্থাপনৰ পূৰ্বেও দিহা কৰিছে । ৰাইজৰ মতে নিজ গাঁৱৰে লাটুকও দীপেনে নতুনকৈ মুকলি কৰা পেন্টালুনচত সংস্থাপনৰ বাবে যোগাযোগ কৰাই দিছিল । তেনেস্থলত যুৱকজনক আৰক্ষীয়ে দোষী সজোৱা কাণ্ডক সহজভাৱে ল'ব পৰা নাই গাওঁবাসীয়ে ৷ আৰক্ষীয়ে মালিকপক্ষৰ পক্ষ লৈ নিৰ্দোষী যুৱকক দোষী সজোৱা বুলি অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷ আনহাতে ৰাইজে দীপেনক মুকলি নকৰা পৰ্যন্ত ৰাইজে পেন্টালুনচ মুকলি কৰিব নিদিয়ে বুলি দিলে হুংকাৰ দিছে ।
ডিব্ৰুগড়ৰ পেণ্টালুণৰ ঘটনা সন্দৰ্ভত ছয়জনক গ্ৰেপ্তাৰ আৰক্ষীৰ।আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে চাঞ্চল্যকৰ ঘটনা সন্দৰ্ভত।উদ্বোধনৰ পিছদিনাই পেণ্টালুণত কৰমৰ্ত লাটু দিহিঙীয়া নামৰ কৰ্মচাৰী জনৰ মৃতদেহ উদ্ধাৰ হৈছিল নিৰ্মীয়মান লিফটৰ তলত।ইয়াৰ পাছতে সৃষ্টি হৈছিল উতপ্ত পৰিস্থিতিৰ।শুক্ৰবাৰে কতব্যলৈ অহা কৰ্মচাৰী জনৰ নিৰুদ্বেশ সন্দৰ্ভত কতৃপক্ষক পৰিয়ালৰ লোকে অবগত কৰাৰ পাছতো কোনো পদক্ষেপ গ্ৰহণ কৰা নাছিল।অৱশেষত আৰক্ষীকো এজাহাৰ দিছিল পৰিয়ালৰ লোকে কিন্তু কালি উদ্ধাৰ হয় যুৱক জনৰ মৃতদেহ।যুৱকজনৰ মুৰত আৰু দেহৰ অন্যান্য অংশত স্পষ্ট আঘাতৰ চিহ্ন।মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টৰ পাছতহে স্পষ্ট হব,এইয়া দুৰ্ঘটনা নে হত্যাকাণ্ড।আৰক্ষীৰ তদন্ত অব্যাহত।এই পযন্ত হত্যা নে দুৰ্ঘটনা স্পষ্ট হোৱা নাই যদিও আৰক্ষীয়ে কালি আতক কৰা ১৫ জনৰে ৬ জনক গ্ৰেপ্তাৰ কৰা লগতে আন কেইজনক সোধপোছ কৰি মুকলি কৰি দিয়ে আৰক্ষীয়ে।আৰক্ষীয়ে ডিব্ৰুগড়ৰ সদৰ আৰক্ষী থানাৰ ১৫৮১/১৯নং গোচৰৰ অধীনত পেণ্টালুণৰ মেনেজাৰ ৰঞ্জু হাজৰিকা,কৰ্মচাৰী দিপেন দিহিঙীয়া, ছজিবুৰ ৰহমান,কেশৱ হাজৰিকা, কেশৱ সোনোৱাল,আৰু ৰঞ্জিত বৰুৱাক গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।
ইফালে আৰক্ষীয়ে বিল্ডিংটোত কৰ্ত্তৃপক্ষৰ লগতে
পেণ্টালুনৰ পৰিচালক আৰু জড়িত সকলক মুকলি কৰি সৰু-সুৰা সকলক গ্ৰেপ্তাৰ কৰাৰ অভিযোগত ক্ষোভিত ৰাইজ।
একাংশ ৰাইজে ইয়াৰ ক্ষোভত সদৰ থানা ঘেৰাও কৰে।লগতে আৰক্ষীৰ লগত বাক বিতন্দাৰো সৃষ্টি হয়।পেন্টালুনচত নিহত লাটুৰ একে গাঁৱৰে দীপেন দিহিঙ্গীয়াক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাক লৈ তীব্ৰ ক্ষোভ একাংশ ৰাইজৰ।দীপেনে নিজ গাঁৱৰ নিবনুৱা যুৱকক আন বহু এনে স্থানীয় শ্বপিং মলত সংস্হাপনৰ দিহা কৰিছে পূৰ্বেও।ৰাইজৰ মতে
নিজ গাঁৱৰে লাটুকো দীপেনে এইবাৰ নতুনকৈ মুকলি কৰা পেন্টালোনচত সংস্হাপনৰ বাবে যোগাযোগ কৰাই দিছিল।
Byte;ৰাইজ
ৰাইজৰ অভিযোগ আৰক্ষীয়ে পেন্টালুনচ কৰ্ত্তৃপক্ষৰ পক্ষ লৈ দুখীয়া গাঁৱৰ লোকক দুখী সজাইছে। দীপেনক মুকলি নকৰা পৰ্যন্ত ৰাইজে পেন্টালুন মুকলি কৰিব নিদিয়ে বুলি দিলে হুংকাৰ।
Byte:ৰাইজ
ডিব্ৰুগড়ৰ পৰা জেচিম আহমেদBody:DoConclusion:Do