ETV Bharat / state

নিজৰ জন্মস্থান ডিব্ৰুগড়ত ৰূপকোঁৱৰক স্মৰণ

author img

By

Published : Jan 17, 2021, 12:29 PM IST

প্ৰতিবছৰে ৰূপকোঁৱৰ জ্য়োতিপ্ৰসাদ আগৰৱালাৰ মৃত্য়ু দিৱসৰ লগত সংগতি ৰাখি মহান শিল্পীগৰাকীৰ স্মৃতিত পালন কৰা হয় শিল্পী দিৱসৰ । তেওঁৰ জন্মস্থান ডিব্ৰুগড়তো শিল্পীগৰাকীৰ মৃত্য়ু দিৱসৰ লগত সংগতি ৰাখি বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।

নিজৰ জন্মস্থান ডিব্ৰুগড়ত ৰূপকোঁৱৰক স্মৰণ
নিজৰ জন্মস্থান ডিব্ৰুগড়ত ৰূপকোঁৱৰক স্মৰণ

ডিব্ৰুগড় , ১৭ জানুৱাৰী : দেওবাৰে ৰাজ্য়ৰ ভিন্ন প্ৰান্তত পালন কৰা হয় শিল্পী দিৱস । প্ৰতিবছৰে ৰূপকোঁৱৰ জ্য়োতিপ্ৰসাদ আগৰৱালাৰ মৃত্য়ু দিৱসৰ লগত সংগতি ৰাখি মহান শিল্পীগৰাকীৰ স্মৃতিত পালন কৰা হয় শিল্পী দিৱসৰ । শিল্পীগৰাকীৰ ৭০ সংখ্য়ক মৃত্য়ু দিৱসো ৰাজ্য়জুৰি ভিন্ন কাৰ্যসূচীৰে পালন কৰা হৈছে । তেওঁৰ জন্মস্থান ডিব্ৰুগড়তো শিল্পীগৰাকীৰ মৃত্য়ু দিৱসৰ লগত সংগতি ৰাখি বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।

সুন্দৰৰ সাধক, অসমৰ কলা-সংস্কৃতিৰ অন্যতম কাণ্ডাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ পৱিত্ৰ মৃত্যুতিথিত তেখেতক ডিব্ৰুগড় জিলা প্ৰশাসনৰ তৰফৰ পৰা শ্ৰদ্ধাৰে স্মৰণ কৰা হয় ৷ লাহোৱাল বিধানসভা সমষ্টিৰ বিধায়ক ঋতুপৰ্ণ বৰুৱা আৰু জিলা উন্নয়ন আয়ুক্ত পাৰ্থ প্ৰতিম বৈৰাগীয়ে ৰূপকোঁৱৰৰ জন্মস্থান তামোলবাৰীত উপস্থিত হৈ তেখেতৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধা নিবেদন কৰে ৷ অনুষ্ঠানত যাদৱ গগৈ ,মুক্তামণি হাজৰিকাসহ স্থানীয় কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

লগতে পঢ়ক :নলবাৰীতো আৰম্ভ হৈছে ক'ভিড ভেকচিন প্ৰদান প্ৰক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.