ETV Bharat / state

টাইপাৰ অধিবেশনত বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা

author img

By

Published : Dec 28, 2020, 8:43 PM IST

তিনিদিনীয়া কাৰ্যসূচীৰে মৰাণৰ তিলৈ গ্ৰাম্যবজাৰ প্ৰাংগনত আৰম্ভ হৈছে টাই আহোম যুৱ পৰিষদ (টাইপা)ৰ পঞ্চম পঞ্চবাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন ৷ বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰে টাইপাৰ তৃতীয় দিনাৰ অধিবেশন আৰম্ভ হয় ।

cultural-rally-at-taypa-in-moran
বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰে টাইপাৰ তৃতীয় দিনাৰ অধিবেশন আৰম্ভ

ডিব্ৰুগড়, 28 ডিচেম্বৰ : তিনিদিনীয়া কাৰ্যসূচীৰে মৰাণৰ তিলৈ গ্ৰাম্যবজাৰ প্ৰাংগনত আৰম্ভ হৈছে টাই আহোম যুৱ পৰিষদ (টাইপা)ৰ পঞ্চম পঞ্চবাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন আৰু ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান । দুদিনীয়া কাৰ্যসূচী সমাপ্ত হোৱাৰ পিচত সোমবাৰে বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰে টাইপাৰ তৃতীয় দিনাৰ অধিবেশন আৰম্ভ হয় ।

মৰাণ চহৰ পৰিদৰ্শন ভৱনৰ পৰা আৰম্ভ হোৱা সাংস্কৃতিক শোভাযাত্ৰাত বিভিন্ন জাতি-জনগোষ্ঠীৰ নৃত্যৰ লগতে গায়ন-বায়ন, টাই নৃত্য প্ৰদৰ্শন, বিহু, ঝুমুৰ নৃত্যকে আদি কৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানেৰে শোভাযাত্ৰা সমাপ্ত হয় । ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা সংগঠনটোৰ প্ৰতিনিধিয়ে সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰাৰ লগতে মৰাণৰ ৰাইজেও এই শোভাযাত্ৰাত অংশ গ্ৰহণ কৰে ৷

লগতে পঢ়ক : দীৰ্ঘ বিৰতিৰ মূৰত ভাৰতীয় জাতীয় কংগ্ৰেছলৈ প্ৰত্যাৱৰ্তন ডাঃ তাৰাপ্ৰসাদ দাসৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.