ETV Bharat / state

কংগ্ৰেছৰ নেতৃত্বত গঠন হ'ব মহাজোঁটৰ চৰকাৰ: পৱন সিং ঘাটোৱাৰ

author img

By

Published : Mar 25, 2021, 10:27 PM IST

প্ৰথম পৰ্যায়ৰ ভোটদানৰ আগমুহুৰ্তত মৰাণত উপস্থিত হৈ কংগ্ৰেছৰ নেতৃত্বত মহাজোঁটৰ চৰকাৰ গঠন হ'ব বুলি দাবী কৰি বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰে ৷

congress-will-form-government-pawan-singh-ghatowar
কংগ্ৰেছৰ নেতৃত্বত গঠন হ'ব মহাজোঁটৰ চৰকাৰ:পৱন সিং ঘাটোৱাৰ

মৰাণ,25 মাৰ্চ: সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই সামৰণি পৰিল প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ ৷ অন্য সমষ্টিসমূহৰ দৰে মৰাণ সমষ্টিতো প্ৰতিজন প্ৰাৰ্থীয়ে বিভিন্ন পন্থাৰে চলালে নিৰ্বাচনী প্ৰচাৰ ৷ প্ৰথম পৰ্যায়ৰ ভোটদানৰ আগমুহুৰ্তত মৰাণত উপস্থিত হৈ এইবাৰ কংগ্ৰেছৰ নেতৃত্বত মহাজোঁটৰ চৰকাৰ গঠন হ'ব বুলি দাবী কৰি বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰে ৷ লগতে বিজেপি চৰকাৰ অহা প্ৰশ্নই নুঠে বুলি মন্তব্য কৰে নেতা গৰাকীয়ে ৷

আনহাতে বিজেপি চৰকাৰে শ্ৰমিকক মজুৰি দিয়াক লৈ পাঁচবছৰে যি মিছা প্ৰতিশ্ৰুতি দিলে, তাৰ উত্তৰ এই নিৰ্বাচনত শ্ৰমিক ৰাইজে দিব বুলিও মন্তব্য কৰে নেতা গৰাকীয়ে ৷ বাগিচাৰ ৰাইজ এইবাৰ সজাগ হৈছে বুলি মন্তব্য কৰিছে নেতা গৰাকীয়ে ৷

লগতে পঢ়কঃ নলবাৰীত নিৰ্বাচনী হিংসা: দুৰ্বৃত্তই ভাঙিলে বাহন

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.