ETV Bharat / state

কংগ্ৰেছৰ নেতৃত্বত গঠন হ'ব মহাজোঁটৰ চৰকাৰ: পৱন সিং ঘাটোৱাৰ - Congress will form Government

প্ৰথম পৰ্যায়ৰ ভোটদানৰ আগমুহুৰ্তত মৰাণত উপস্থিত হৈ কংগ্ৰেছৰ নেতৃত্বত মহাজোঁটৰ চৰকাৰ গঠন হ'ব বুলি দাবী কৰি বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰে ৷

congress-will-form-government-pawan-singh-ghatowar
কংগ্ৰেছৰ নেতৃত্বত গঠন হ'ব মহাজোঁটৰ চৰকাৰ:পৱন সিং ঘাটোৱাৰ
author img

By

Published : Mar 25, 2021, 10:27 PM IST

মৰাণ,25 মাৰ্চ: সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই সামৰণি পৰিল প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ ৷ অন্য সমষ্টিসমূহৰ দৰে মৰাণ সমষ্টিতো প্ৰতিজন প্ৰাৰ্থীয়ে বিভিন্ন পন্থাৰে চলালে নিৰ্বাচনী প্ৰচাৰ ৷ প্ৰথম পৰ্যায়ৰ ভোটদানৰ আগমুহুৰ্তত মৰাণত উপস্থিত হৈ এইবাৰ কংগ্ৰেছৰ নেতৃত্বত মহাজোঁটৰ চৰকাৰ গঠন হ'ব বুলি দাবী কৰি বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰে ৷ লগতে বিজেপি চৰকাৰ অহা প্ৰশ্নই নুঠে বুলি মন্তব্য কৰে নেতা গৰাকীয়ে ৷

কংগ্ৰেছৰ নেতৃত্বত গঠন হ'ব মহাজোঁটৰ চৰকাৰ:পৱন সিং ঘাটোৱাৰ

আনহাতে বিজেপি চৰকাৰে শ্ৰমিকক মজুৰি দিয়াক লৈ পাঁচবছৰে যি মিছা প্ৰতিশ্ৰুতি দিলে, তাৰ উত্তৰ এই নিৰ্বাচনত শ্ৰমিক ৰাইজে দিব বুলিও মন্তব্য কৰে নেতা গৰাকীয়ে ৷ বাগিচাৰ ৰাইজ এইবাৰ সজাগ হৈছে বুলি মন্তব্য কৰিছে নেতা গৰাকীয়ে ৷

লগতে পঢ়কঃ নলবাৰীত নিৰ্বাচনী হিংসা: দুৰ্বৃত্তই ভাঙিলে বাহন

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.