ETV Bharat / state

Beaten death case: মিস্ত্ৰীৰ প্ৰহাৰত প্ৰাণ গ’ল মিস্ত্ৰীৰ

ডিব্ৰুগড় জিলাৰ ডিকমত টিউৱেল মিস্ত্ৰীৰ মাজত সংঘটিত হোৱা মাৰপিটৰ ঘটনাৰ চৰম পৰিণতিত মৃত্যু হয় এজন মিস্ত্ৰীৰ (Beaten death case in Dibrugarh) ৷

Beaten death case in Dibrugarh
Beaten death case: মিস্ত্ৰীৰ প্ৰহাৰত প্ৰাণ গ’ল অন্য মিন্ত্ৰীৰ
author img

By

Published : Nov 27, 2022, 10:53 PM IST

  • ডিব্ৰুগড় জিলাৰ ডিকমত টিউৱেল মিস্ত্ৰীৰ মাজত সংঘটিত হয় মাৰপিটৰ ঘটনা
  • মাৰপিটৰ ঘটনাৰ চৰম পৰিণতিত মৃত্যু হয় এজন মিস্ত্ৰীৰ
  • নাহৰচুক গাঁৱত শনিবাৰে চাৰিজন মিস্ত্ৰীয়ে টিউবেল বহাই থকা সময়ত সুৰামত্ত অৱস্থাত সামান্য কথাতে কাজিয়াত লিপ্ত হয় তাৰে তিনি মিস্ত্ৰী (Beaten death case in Dibrugarh)
  • প্ৰথমতে এই কাজিয়া সৰুকৈ লাগিছিল যদিও পাছত লাঠিৰে মাৰপিট কৰে তেওঁলোক
  • কাজিয়াৰ চৰম পৰিণতিত দীপক তাঁতী আৰু চুমু মুড়া নামৰ দুই মিস্ত্ৰিয়ে ইনো কৰ্মকাৰ (৪৫)নামৰ ৰোগীয়া মিস্ত্ৰীজনক মাৰপিট কৰে
  • পিছত চিকিৎসাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ইনোক
  • যদিও চিকিৎসাধীন অৱস্থাত ইনো নামৰ মিস্ত্ৰীজনৰ মৃত্যু হয়
  • ইনোৰ পৰিয়ালৰ লোকৰ এজাহাৰৰ ভিত্তিত ডিকম আৰক্ষীয়ে দীপক তাঁতী (৬০)ক আটক কৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.