ETV Bharat / state

বুঢ়ীদিহিং নদীৰ ওপৰত পূৰ্ণ গতিত চলিছে চেচুঘাটৰ দলং নিৰ্মাণৰ কাম

বিগত ২৮ বছৰে চৰকাৰৰ সু-দৃষ্টি নপৰা মৰাণ সমষ্টিৰ চেচুঘাটৰ বুঢ়ীদিহিং নদীৰ ওপৰত অৱশেষত ৰাইজে সিদ্ধান্ত ল'লে দলং এখন নিৰ্মাণ কৰাৰ ।

author img

By

Published : Dec 29, 2020, 10:28 PM IST

বুঢ়ীদিহিং নদীৰ ওপৰত পূৰ্ণ গতিত চলিছে চেচুঘাটত দলং নিৰ্মাণৰ কাম

মৰাণ,29 ডিচেম্বৰঃ বিগত ২৮ বছৰে চৰকাৰৰ সু-দৃষ্টি নপৰা মৰাণ সমষ্টিৰ চেচুঘাটৰ বুঢ়ীদিহিং নদীৰ ওপৰত অৱশেষত ৰাইজে সিদ্ধান্ত ল'লে দলং এখন নিৰ্মাণ কৰাৰ । ১৯৬২ চনৰ পৰা চেচুঘাট আৰু লেজাই-কলাখোৱা সংযোগী বুঢ়ীদিহিঙৰ ওপৰত এখন দলং নিৰ্মাণৰ বাবে চেচুঘাট পকী-দলং বাইপাছ দাবী সমিতিয়ে দাবী জনাই আহিছে যদিও কোনো এখন চৰকাৰে এই দাবীৰ প্ৰতি সন্মান জনোৱা নাছিল ।

শেহতীয়াকৈ মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে তেওঁৰ কাৰ্যকালৰ আৰম্ভনিতে এই দলং খন নিৰ্মাণ কৰি দিম বুলি প্ৰতিশ্ৰুতি দিছিল যদিও সেই প্ৰতিশ্ৰুতিও যেন ফুটুকাৰ ফেন হ'ল । বিধায়কজনৰ একমাত্ৰ সদিচ্ছাৰ অভাৱৰ বাবেই দলং নিৰ্মাণৰ ফাইল আগ নাবাঢ়িল । ইতিমধ্যে বহু কেইখন গাঁৱৰ ৰাইজে একত্ৰিত হৈ বাঁহেৰে নিৰ্মাণ কৰিছে চেচুঘাট দলং । আগন্তুক নতুন বছৰৰ প্ৰথম দিন কেইটাৰ ভিতৰতে ৰাইজৰ বাবে মুকলি হ'ব বুঢ়ীদিহিং নদীৰ ওপৰৰ চেচুঘাটৰ বাহৰ দলং খন ।

লগতে পঢ়কঃ সম্প্ৰীতিৰ এনাজৰীৰে ডিব্ৰুগড়ত চাচনি লিহিৰি উৎসৱৰ আয়োজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.