ETV Bharat / state

তামিলনাডুত পণবন্দী অসমৰ যুৱক

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সৰ্বমুঠ 13 জন যুৱকক বন্দী কৰিলে শিলচৰৰ ঠিকাদাৰে ৷

তামিলনাডুত পণবন্দী অসমৰ যুৱক
author img

By

Published : Aug 28, 2019, 2:59 AM IST

ডিব্ৰুগড়, 28 জুলাই: জীৱিকাৰ সন্ধানত তামিলনাডুলৈ গৈ শিলচৰৰ ঠিকাদাৰ হাতত আবদ্ধ হব লগা হল অসমৰ যুৱক৷ অসমৰ বিভিন্ন প্ৰান্তৰ চৰাইদেউ, শিৱসাগৰ, ৰাজগড়, টিংখংৰ সহ মুঠ ১৩ জনকৈ যুৱকক আৱদ্ধ কৰি ৰাখিলে এজন ঠিকাদাৰে ৷ ঘটনা অনুসৰি যোৱা 11 আগষ্ট তাৰিখে তামিলনাডুৰ মুকুন্দ পালী বাসকৰা মটৰ পাৰ্টচ কোম্পানীত কৰ্মৰত অনিল পানীকা আৰু ইন্দ্ৰজিৎ পানীকাৰ, উদয় ধান, আছাফ টপ্ন আৰু কৰ্ণ ৰাজুৱাৰ নামৰ যুৱক কেইজনৰ পৰা আলম নামৰ এজন ঠিকাদাৰে আৱদ্ধ কৰি মাৰপিট কৰাৰ লগতে যুৱককেইজনৰ মোবাইল আৰু নথি পত্ৰ কাঢ়ি ৰখাৰ লগতে যুৱক কেইজনৰ পৰিয়ালৰ পৰা ৬৫ হাজাৰ টকা দাবী কৰে ৷ যাৰ ফলত আবদ্ধ হৈ পৰা যুৱককেইজনৰ পৰিয়ালৰ লোকে নাহৰকটীয়া আৰক্ষী থানাত এক গোচৰ ৰুজু কৰে ৷ উল্লেখযোগ্য যে গোচৰৰ ভিত্তিত তামিলনাডুৰ চিপকট আৰক্ষীয়ে যুৱকৰ দলটোক উদ্ধাৰ কৰি বৰ্তমান ঘৰলৈ পঠোৱাৰ ব্যৱস্থা কৰিছে ৷ মঙলবাৰে পুৱা যুৱকৰ দলটো ট্ৰেইন যোগে অসমলৈ ৰাওনা হৈছে ৷

Intro:তামিলনাডুত পণবন্দী অসমৰ যুৱকঃ

জীৱিকাৰ সন্ধানত সুদূৰ তামিলনাডুলৈ গৈ আৱদ্ধ হব লগা হল অসমৰ যুৱক৷ অসমৰ বিভিন্ন প্ৰান্তৰ ক্ৰমে চৰাইদেউ, শিৱসাগৰ, ৰাজগড়, টিংখংৰ সহ মুঠ ১৩ জনকৈ যুৱকক আৱদ্ধ কৰি ৰাখিলে তামিলনাডুত কৰ্মৰত এজন ঠিকাদাৰে৷Body: উল্লেখ্য যে আগষ্ট মাহৰ ১১ তাৰিখে অনিল পানীকা আৰু ইন্দ্ৰজিৎ পানীকাৰ লগত নাহৰকটীয়াৰ উদয় ধান, আছাফ তপ্ন, ফিলিপ ঝাৰিয়া, কৰ্ণ ৰাজুৱাৰ ৰাওনা হৈছিল তামিলনাডু লৈ আৰু তেওঁলোকে তামিলনাডুৰ মুকুন্দ পালী নামৰ ঠাইডোখৰত থাকি এটা মটৰ পাৰ্টচৰ কোম্পানীত কাম কৰি আছিল, ইফালে উক্ত যুৱক কেইজনে ৰেচন পাতি খোজাত তেওঁলোকৰ ঠিকাদাৰ শিলচৰৰ আলম নামৰ নামৰ লোকজনে আৱদ্ধ কৰি যুৱককেইজনক মাৰপিট কৰাৰ লগতে যুৱককেইজনৰ মোবাইল আৰু নথি পত্ৰ কাঢ়ি ৰাখে। আনহাতে পৰিয়ালৰ লোকে নাহৰকটীয়া আৰক্ষী থানাত দিয়া এক গোচৰৰ ভিত্তিত তামিলনাডুৰ চিপকট আৰক্ষীয়ে উদ্ধাৰ কৰি ঘৰলৈ পঠিয়াই দিয়াৰ ব্যৱস্থা কৰিছে যুৱক জেইজনক। ইফালে ঠিকাদাৰ আলমে ৯৩৬৫০১০৩৭৮ নম্বৰৰ পৰা ফোন কৰি পৰিয়ালৰ কেইটালৈ ধন দাবী কৰাত দুই এটা পৰিয়ালে ৬৫ হাজাৰ টকা আলমক প্ৰদান কৰে। ইফালে আজি পুৱা তামিলনাডুৰ পৰা ট্ৰেইনৰ যোগেদি ৰাওনা হৈছে নিজ নিজ ঘৰলৈ।

Byte. পৰিয়ালৰ লোক ।Conclusion:DO
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.