- জন্ম - 1950 , দেউৰী গাঁও , তেজপুৰ
- শিক্ষা - তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়, দৰং মহাবিদ্যালয়ৰ পৰা স্নাতক আৰু বুৰঞ্জী বিষয়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ , 1973
- সাহিত্য চৰ্চাৰ বাবে অধ্যাপনাৰ পৰা অব্যাহতি
- প্ৰকাশিত ৰচনা সম্ভাৰ -
1. শীতৰ কুঁৱলী , 1976 ( গল্পপুথি )
2. গজৰাজ, প্ৰেম আৰু বন্দীত্ব , 1999 ( উপন্যাস )
3. বাঘশাল , বাঘশাল আৰু মানুহ , 2002 ( উপন্যাস )
4. ৰূপোৱালী নৈৰ সোণোৱালী ঘাট ,2001 ( উপন্যাস )
5. পূৰৱী বৰমুদৈৰ নিৰ্বাচিত গল্প ( প্ৰথম ), 2000
6. পৰম পূজনীয় আৰু দুখন উপন্যাস, 2005
7. শান্তনুকুলনন্দন , 2005 ( উপন্যাস )
8. পূৰৱী বৰমুদৈৰ নিৰ্বাচিত উপন্যাসিকা, 2005
9. এটা আলিবাটৰ ইতিকথা, 2006 ( উপন্যাস )
10. পূৰৱী বৰমুদৈৰ নিৰ্বাচিত গল্প ( দ্বিতীয় খণ্ড ) 2008
11. হেৰুওৱাজনক বিচাৰি আৰু অন্যান্য গল্প, 2014
12. অৱশেষত বৰষুণ , 2016
13. সপোনৰ ঘৰ ঘৰৰ সপোন, 2018
- বঁটা -
- অসম চৰকাৰৰ অধীনৰ ডি.পি.আইৰ শ্ৰেষ্ঠ গল্প সংকলনৰ পুৰস্কাৰ ( শীতৰ কুঁৱলী )
- বাসন্তী বৰদলৈ বঁটা 2000 ( গজৰাজ প্ৰেম আৰু বন্দীত্ব )
- সদৌ অসম লেখিকা সমাৰোহৰ প্ৰথম লেখিকা বঁটা,2006 ( সমগ্ৰ )
- ছগনলাল জৈন সাহিত্য বঁটা , 2006 ( ৰূপোৱালী নৈৰ সোণোৱালী ঘাট )
- প্ৰবীণা শইকীয়া বঁটা ,2007 ( সমগ্ৰ )
- ইউ.এ.টি.ভিৰ শ্ৰেষ্ঠ সাহিত্যিক বঁটা ( সমগ্ৰ ) 2007
- সাহিত্য অকাডেমী ( শান্তনুকুলনন্দন ) 2007
- অসম উপত্যকা বঁটা ( সমগ্ৰ ) 2011
- এন.আৰ.এলৰ দ্বাৰা 2018 বৰ্ষত বিশেষ সন্মান ( জীৱনজোৰা সাধনাৰ সন্মান হিচাপে এক লাখ টকা মাননি )