ETV Bharat / state

নাহৰকটীয়াৰ চাচনীত অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা - অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা

প্ৰগতি নাট্যগোষ্ঠী চাচনীৰ উদ্যোগত আৰু চাচনীবাসী ৰাইজৰ সহযোগত সপ্তাহযোৰা কাৰ্যসূচীৰে চাচনী শ্ৰী ৰাম আতা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হৈ আছে প্ৰতিযোগিতাখন ৷ এই ভাওনা প্ৰতিযোগিতাত যোৰহাট, শিৱসাগৰ আৰু মাজুলীকে ধৰি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বহুকেইটা ভাওনা দলে অংশগ্ৰহণ কৰিছে ৷

All Assam Bahona competition at Naharkatiya sasani
নাহৰকটীয়াৰ চাচনীত অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা
author img

By

Published : Feb 4, 2020, 10:53 PM IST

নাহৰকটীয়া,4 ফেব্ৰুৱাৰীঃ নাহৰকটীয়াৰ চাচনীত অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা ৷ বিশ্বব্যাপী সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অপূৰ্ব সৃষ্টি ভাওনাক উঠি অহা প্ৰজন্মৰ মাজত অক্ষুণ্ণ ৰখাৰ উদ্দেশ্যে আয়োজন কৰা হয় এই প্ৰতিযোগিতা ৷ প্ৰগতি নাট্যগোষ্ঠী চাচনীৰ উদ্যোগত আৰু চাচনীবাসী ৰাইজৰ সহযোগত সপ্তাহযোৰা কাৰ্যসূচীৰে চাচনী শ্ৰী ৰাম আতা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হৈ আছে প্ৰতিযোগিতাখন ৷ এই ভাওনা প্ৰতিযোগিতাত যোৰহাট,শিৱসাগৰ, মাজুলীকে ধৰি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বহুকেইটা ভাওনা দলে অংশগ্ৰহণ কৰিছে ৷

All Assam Bahona competition at Naharkatiya sasani
নাহৰকটীয়াৰ চাচনীত অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা

চাচনী চেচা সত্ৰৰ সত্ৰাধিকাৰ পৰেশ গোস্বামীদেৱে দেওবাৰে পঞ্চমটো দিনৰ কাৰ্যসূচীৰ শুভ উদ্ধোধন কৰাৰ পাছতে মঞ্চত "সাৱিত্ৰী সত্যৱান" ভাওনা নাটখন সুন্দৰকৈ পৰিৱেশন কৰে যোৰহাটৰ ত্ৰিনয়ন নাট্য গোষ্ঠীয়ে ৷ মঙলবাৰে সামৰণি পৰে এই প্ৰতিযোগিতাখনৰ ৷ আনহাতে, চাচনীত প্ৰথমবাৰৰ বাবে এইদৰে সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত হোৱাক লৈ ৰাইজৰ মাজত যথেষ্ট উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা যায় ৷

লগতে পঢ়ক-বিটিআৰ চুক্তিৰ সফলতাৰ বিজয় উৎসৱত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

Intro:নাহৰকটীয়াৰ চাচনীত অসম ভিত্তিত ভাওনাঃ

বিশ্বব্যাপী সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেব গুৰুজনাৰ অপূৰ্ব সৃষ্টি নাট ভাওনাক উঠি অহা প্ৰজন্মৰ হৈতে পৰিচয় কৰাই দিয়া তথা উঠি অহা প্ৰজন্মৰে সেই ধাৰা অক্ষুণ্ণ ৰখাৰ মানসেৰে প্ৰগতি নাট্যগোষ্ঠী চাচনীৰ উদ্যোগত আৰু চাচনীবাসী ৰাইজৰ সহযোগত সপ্তাহযোৰা কাৰ্যসূচীৰে চাচনী শ্ৰী ৰাম আতা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হৈ আছে সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা৷ উল্লেখ্য যে এই ভাওনা প্ৰতিযোগিতাত যোৰহাট,শিৱসাগৰ, মাজুলিকে ধৰি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বহুকেইটা ভাওনা দলে অংশগ্ৰহণ কৰিছে। চাচনী চেচা সত্ৰৰ সত্ৰাধিকাৰ পৰেশ গোস্বামীদেৱে দেওবাৰে পঞ্চমটো দিনৰ কাৰ্যসূচীৰ শুভ উদ্ধোধন কৰাৰ পাছতে মঞ্চত "সাৱিত্ৰী সত্যৱান" ভাওনা নাটখন সুন্দৰকৈ পৰিবেশন কৰে যোৰহাটৰ ত্ৰিনয়ন নাট্য গোষ্ঠীয়ে ৷ ইফালে চাচনীত প্ৰথমবাৰৰ বাবে এইদৰে সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত হোৱাক লৈ ৰাইজৰ মাজত দেখা গৈছে যথেষ্ট উছাহ উদ্দীপনা। আজি সপ্তাহযোৰা কাৰ্যসূচীৰ সামৰণি পৰিব৷
Byte.1. উদ্যোক্তা
২। দৰ্শক
------- মিনহাজ আহমেদ, নাহৰকটীয়া Body:DOConclusion:DO
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.