ডিব্ৰুগড়, 7 আগষ্টঃ পূৰ্বৰ ৰাষ্ট্ৰদ্রোহৰ অভিযোগৰ এক গোচৰৰ শুনানীৰ বাবে ডিব্ৰুগড়ৰ আদালতত উপস্থিত হয় কৃষক নেতা অখিল গগৈ। বুধবাৰে ডিব্ৰুগড়ত উপস্থিত হৈ 370 ধাৰা আৰু এন আৰ চি সন্দৰ্ভত এনেধৰণে মন্তব্য কৰে কৃষক নেতা গৰাকীয়ে ৷
কাশ্মীৰৰ ক্ষেত্ৰত চৰকাৰৰ সিদ্ধান্ত অত্যন্ত স্বৈৰাচাৰি,অন্যায়ঃ অখিল গগৈ
কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্ত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ মানুহে বিৰোধিতা কৰিব লাগে কাৰণ কাশ্মীৰৰ মানুহক যি দৰে গৃহবন্দী কৰি এই সিদ্ধান্ত জাপি দিছে কাইলৈ অসম তথা উত্তৰপূৰ্বাঞ্চলৰ ক্ষেত্ৰতো এই সিদ্ধান্ত জাপি দিব পাৰেঃ অখিল গগৈ
অখিল গগৈ
ডিব্ৰুগড়, 7 আগষ্টঃ পূৰ্বৰ ৰাষ্ট্ৰদ্রোহৰ অভিযোগৰ এক গোচৰৰ শুনানীৰ বাবে ডিব্ৰুগড়ৰ আদালতত উপস্থিত হয় কৃষক নেতা অখিল গগৈ। বুধবাৰে ডিব্ৰুগড়ত উপস্থিত হৈ 370 ধাৰা আৰু এন আৰ চি সন্দৰ্ভত এনেধৰণে মন্তব্য কৰে কৃষক নেতা গৰাকীয়ে ৷
Intro:ডিব্ৰুগড়ত অখিল গগৈৰ কাশ্মীৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া
কাশ্মীৰৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে লোৱা সিদ্ধান্ত অত্যন্ত স্বৈৰাচাৰি,অন্যায়,অগণতান্ত্ৰীক আৰু স্ববিৰোধী সিদ্ধান্ত।চৰকাৰৰ এই সিদ্ধান্ত কেতিয়াও মানি লোৱা উচিত নহয়।আজি অসমৰ মানুহে সাংবিধানিক সুৰক্ষা কৱচ বিচৰাৰ পিছতো কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তক একাংশই সমৰ্থন কৰাটো দুৰ্ভাগ্যজনক।কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্ত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ মানুহে বিৰোধিতা কৰিব লাগে কাৰণ কাশ্মীৰৰ মানুহক যি দৰে গৃহ বন্দী কৰি এই সিদ্ধান্ত জাপি দিছে কাইলৈ অসম তথা উত্তৰপূৰ্বাঞ্চলৰ ক্ষেত্ৰতো এই সিদ্ধান্ত জাপি দিব পাৰে।পৃথিৱীৰ কোনো দেশত আজিলৈকে ৰাজ্য এখন কেন্দ্ৰীয় শাসিত অঞ্চললৈ অৱনমিত হোৱাৰ উদাহৰণ নাই।যিটো একমাত্ৰ কাশ্মীৰৰ ক্ষেত্ৰতহে হৈছে।আজি পূৰ্বৰ ৰাষ্ট্ৰদ্রোহৰ অভিযোগৰ এক গোচৰৰ শুনানীৰ বাবে ডিব্ৰুগড়ৰ আদালতত উপস্থিত হৈ এই মন্তব্য কৰে কৃষক নেতা অখিল গগৈয়ে।আনহাতে NRC ক লৈও সৰব হৈ গগৈয়ে কয় যে nrc ৰ সমন্বয়ক প্ৰতীক হাজেলাই যি পদক্ষেপ লৈছে সেইয়া কেৱল BJP ক তোষামোদৰ বাবে লোৱা হৈছে।Body:DoConclusion:Do