ETV Bharat / state

বগীবিল দলঙৰ সমীপত ভয়ংকৰ পথ দু্ৰ্ঘটনা - অৰুণাচল জয়ৰামপুৰৰ DFO চংকিম মচাং

বগীবিল দলঙৰ সমীপত ভয়ংকৰ পথ দু্ৰ্ঘটনা
author img

By

Published : Jun 16, 2019, 2:36 PM IST

Updated : Jun 16, 2019, 5:17 PM IST

2019-06-16 14:21:04

বগীবিল দলঙৰ টঙানীত সংঘটিত ভয়াবহ পথ দুৰ্ঘটনা, দুৰ্ঘটনাত নিহত অৰুণাচল জয়ৰামপুৰৰ DFO চংকিম মচাং আৰু পত্নী ভাৰতি মচাং আৰু বাহনখনৰ চালক অমিত চনাৰ,গুৰুতৰ ভাৱে আহত চংকিম মচাং

বগীবিল দলঙৰ সমীপত ভয়ংকৰ পথ দু্ৰ্ঘটনা

ডিব্ৰুগড়,১৬জুন: বগীবিল দলঙৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনা । দলঙৰ সমীপৰ টঙানীত সংঘটিত হয় এই ভয়াবহ পথ দুৰ্ঘটনাটো । দুৰ্ঘটনাটোত থিতাতে নিহত হয় অৰুণাচল জয়ৰামপুৰৰ DFO চংকিম মচাঙৰ পত্নী ভাৰতি মচাং আৰু তেওঁলোকৰ বাহনখনৰ চালক অমিত চনাৰ । ইফালে এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় চংকিম মচাং । সংকটজনক অৱস্থাত চংকিম মচাঙক ভৰ্তি কৰা হয় ডিব্ৰুগড়ৰ শংকৰদেৱ চিকিৎসালয়ত । 

তথ্য অনুসৰি, দেওবাৰে পুৱা AR128848 নম্বৰ বলেৰ বাহনখনত অৰুণাচল জয়ৰামপুৰৰ DFO চংকিম মচাং আৰু তেওঁৰ পৰিয়াল ডিব্ৰুগড়ৰ দিশে আহি আছিল । আহি থকা সময়তে বিপৰীত দিশৰ পৰা অহা এখন আল্ট্ৰা বাছৰ সৈতে মচাঙৰ বাহনখনৰ মুখা-মুখি সংঘৰ্ষ হৈ দুৰ্ঘটনাটো সংঘটিত হয় । 

sample description
Last Updated : Jun 16, 2019, 5:17 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.