ETV Bharat / state

কা আন্দোলনত গ্ৰেপ্তাৰ লোকসকলৰ মুক্তিৰ দাবী আছুৰ

অখিল গগৈৰ লগতে কা আন্দোলনত গ্ৰেপ্তাৰ হোৱা প্ৰতিজন লোকৰ পক্ষত থিয় দিছে সদৌ অসম ছাত্ৰ সন্থা ৷ চৰকাৰক অতি শীঘ্ৰে প্ৰতিজন বন্দীৰ মুক্তিৰ ব্যৱস্থা কৰাৰ বাবে আহ্বান আছুৰ ৷

author img

By

Published : Mar 7, 2020, 4:32 AM IST

AASU demand bail of Akhil gogoi
কা আন্দোলনত গ্ৰেপ্তাৰ লোকসকলক মুক্তিৰ দাবী আছুৰ

ডিব্ৰুগড়,6 মাৰ্চঃ অখিল গগৈৰ লগতে কা আন্দোলনত গ্ৰেপ্তাৰ হোৱা প্ৰতিজন লোকৰ পক্ষত থিয় দিছে সদৌ অসম ছাত্ৰ সন্থা ৷ চৰকাৰক অতি শীঘ্ৰে প্ৰতিজন বন্দীৰ মুক্তিৰ ব্যৱস্থা কৰাৰ বাবে আহ্বান আছুৰ ৷ আছুৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈৰ স্পষ্ট অভিযোগ, কা আন্দোলনত জড়িত হৈ থকা বহু লোকক মনে সজা গোচৰ জাপি দি কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে ৷ প্ৰকৃতাৰ্থত সংগ্ৰামখন স্থবিৰ কৰিবৰ কাৰণে,সংগ্ৰামখনক বিপথে পৰিচালিত কৰি জনতাক এটা বিভীষিকাময় পৰিৱেশৰ মাজলৈ লৈ যাবৰ কাৰণে এই কাৰ্যপন্থা হাতত লৈছে চৰকাৰে, এই অভিযোগ ৰাজ্যৰ সৰ্ববৃহৎ ছাত্ৰ সংগঠনটোৰ ৷

লগতে পঢ়ক-অসম বাজেট 2020 : কৃষকে কি পালে বাজেটত !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.