ETV Bharat / state

মৰাণত একেদিনাই 17 জনৰ দেহত ক'ভিড-19

author img

By

Published : Apr 24, 2021, 9:59 PM IST

মৰাণ আৰু খোৱাঙত বৃদ্ধি পাইছে ক'ভিড ৰোগীৰ সংখ্যা ৷ শুকুৰবাৰৰ দিনটোলৈকে 72 গৰাকী লোক ক'ভিডত আক্ৰান্ত আছিল যদিও শনিবাৰে নতুনকৈ 15 গৰাকী আক্ৰান্ত হৈ মুঠ ৰোগীৰ সংখ্যা 87 লৈ বৃদ্ধি হয় ।

17-people-possitive-in-moran-etv-bharat-news
মৰাণত একেদিনাই 17 জনৰ দেহত ক'ভিড-19

মৰাণ, 24 এপ্ৰিল : মৰাণ আৰু খোৱাঙত ভয়ানকভাৱে বৃদ্ধি পাইছে ক'ভিড ৰোগীৰ সংখ্যা । খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত বিভিন্ন স্থাস্থ্য আৰু উপস্বাস্থ্য কেন্দ্ৰত শনিবাৰৰ দিনটোতে 15 জন লোকৰ দেহত ধৰা পৰিছে ক'ভিড-19 ৰ অৱস্থিতি ৷ শুকুৰবাৰৰ দিনটোলৈকে 72 গৰাকী লোক ক'ভিডত আক্ৰান্ত আছিল যদিও শনিবাৰে নতুনকৈ আৰু 15 গৰাকী আক্ৰান্ত হৈ মুঠ ৰোগীৰ সংখ্যা 87 লৈ বৃদ্ধি পালে ।

ইফালে চৰাইদেউ জিলাৰ মাহমৰা ৰাজহ চক্ৰৰ অন্তৰ্গত স্বাস্থ্য কেন্দ্ৰত নতুনকৈ 2 জন লোক ক'ভিড-19 ত আক্ৰান্ত হৈছে । চিকিৎসকে জানিবলৈ দিয়া মতে ক'ভিড আক্ৰান্ত আটাইকেইগৰাকী লোকক হোম আইচ'লেশ্যনত ৰখা হৈছে ৷

লগতে পঢ়ক :ৰঙিয়াৰ ক’ভিড ভেকচিন চেণ্টাৰত ক‘ভিড-নীতি নমনাৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.