ETV Bharat / state

তেজপুৰৰ পৰা ধুবুৰীলৈ অধ্যাপকৰ চাইকেল যাত্ৰা

author img

By

Published : Dec 30, 2020, 8:06 PM IST

ছাত্ৰ ছাত্ৰীৰ মাজত সৃষ্টি হোৱা কৰ’ণাৰ আতংক আঁতৰাই প্ৰেৰণাৰ বাৰ্তা লৈ ঘৰৰ পৰা ওলাই আহিল এগৰাকী অধ্যাপক। নিজৰ চাইকেল খনক সাৰথি কৰি প্ৰায় 11 কিলোমিটাৰ পথ অতিক্ৰম কৰি তেজপুৰৰ পৰা ধুবুৰীলৈ আহে অধ্যাপক ড৹ সঞ্জীৱ চাহু ৷

As_dhb_tezpur-college-professor-reaches-dhuri-after-7-days-of-cycling_vis_as10041
তেজপুৰৰ পৰা ধুবুৰীলৈ অধ্যাপকৰ চাইকেল যাত্ৰা

ধুবুৰী,30 ডিচেম্বৰ: বৰ্তমান ৰাজ্যত কৰ’ণাৰ পয়োভৰ কিছু হ্ৰাস পাইছে যদিও সম্পূৰ্ণৰূপে খুলি দিয়া হোৱা নাই ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ ৷ মাৰ যোৱা নাই শিক্ষাৰ্থী আৰু অভিভাৱকৰ মাজত কৰ’ণাৰ আতংক ৷ ইয়াৰ মাজতে ছাত্ৰ ছাত্ৰীৰ মাজত সৃষ্টি হোৱা আতংক আঁতৰাই প্ৰেৰণাৰ বাৰ্তা লৈ ঘৰৰ পৰা ওলাই আহিল এগৰাকী অধ্যাপক । নিজৰ চাইকেল খনকে সাৰথি কৰি প্ৰায় 11 কিলোমিটাৰ পথ অতিক্ৰম কৰি তেজপুৰৰ পৰা ধুবুৰীত আহি উপস্থিত হয় অধ্যাপক ড৹ সঞ্জীৱ চাহু ৷

উল্লেখ্য যে, বিগত ২৪ ডিচেম্বৰৰ পুৱা আঠ বজাত ধলা শদিয়াৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল অধ্যাপক ড৹ সঞ্জীৱ চাহুৱে ৷ অৱশেষত এক সপ্তাহৰ পিছত বুধবাৰে ধুবুৰীত উপস্থিত হয় অধ্যাপক গৰাকী ৷ তেজপুৰ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক ড৹ সঞ্জীৱ চাহুৱে ধুবুৰীত উপস্থিত হৈ ছাত্ৰ ছাত্ৰীক উদ্দেশ্যি কিছু গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷

লগতে পঢ়ক-নাগালেণ্ডক পুনৰ অশান্ত অঞ্চল ঘোষণা কেন্দ্ৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.