ETV Bharat / state

ধুবুৰীৰ উপায়ুক্ত সহ উপায়ুক্ত কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীৰ নমুনা সংগ্ৰহ

author img

By

Published : Jun 18, 2020, 7:38 PM IST

বৃহস্পতিবাৰৰ পৰা ২৮ জুনলৈকে ধুবুৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ জিলা উপায়ুক্ত অনন্তলাল জ্ঞানীৰ লগতে অতিৰিক্ত উপায়ুক্ত,চক্ৰ বিষয়া,জনসংযোগ বিষয়াসহ আন বিষয়া কৰ্মচাৰীসকলৰ নমুনা সংগ্ৰহ কৰা হব। সেইমতে বৃহস্পতিবাৰ ধুবুৰী অসামৰিক চিকিৎসালয়ত ধুবুৰী জিলা উপায়ুক্ত অনন্তলাল জ্ঞানীয়ে স্বাৱ টেষ্টৰ নমুনা দিয়াৰ লগতে অন্য অতিৰিক্ত উপায়ুক্তৰ লগতে বিষয়া কৰ্মচাৰীসকলৰ পৰাও স্বাস্থ্য বিভাগে স্বাৱ টেষ্টৰ নমুনা সংগ্ৰহ কৰে ।

Dhubri
ধুবুৰী

ধুবুৰী, 18 জুন: ধুবুৰী জিলাত ক্ৰমান্নয়ে COVId ১৯ত আক্ৰান্তৰ সংখ্যা তিনি শতকৰ ঘৰ অতিক্ৰম কৰিছে। ইপিনে স্বাৱ টেষ্টৰ নমুনা প্ৰতিদিনে সংগ্ৰহ কৰি থকা হৈছে জিলাখনত। জিলাখনৰ ধুবুৰী,ছাগলীয়া আৰু বিলাসিপাৰাকে ধৰি তিনিটা স্থানত স্বাৱ টেষ্টৰ নমুনা সংগ্ৰহ কৰি থকা হৈছে। চৰকাৰৰ নিৰ্দেশনা অনুসৰি বৃহস্পতিবাৰৰ পৰা ২৮ জুনলৈকে ধুবুৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ জিলা উপায়ুক্ত অনন্তলাল জ্ঞানীৰ লগতে অতিৰিক্ত উপায়ুক্ত,চক্ৰ বিষয়া,জনসংযোগ বিষয়াসহ আন বিষয়া কৰ্মচাৰীসকলৰ নমুনা সংগ্ৰহ কৰা হব। সেইমতে বৃহস্পতিবাৰ ধুবুৰী অসামৰিক চিকিৎসালয়ত ধুবুৰী জিলা উপায়ুক্ত অনন্তলাল জ্ঞানীয়ে স্বাৱ টেষ্টৰ নমুনা দিয়াৰ লগতে অন্য অতিৰিক্ত উপায়ুক্তৰ লগতে বিষয়া কৰ্মচাৰীসকলৰ পৰাও স্বাস্থ্য বিভাগে স্বাৱ টেষ্টৰ নমুনা সংগ্ৰহ কৰে ।

Dhubri
অনন্তলাল জ্ঞানী

লগতে পঢ়কঃ শোণিতপুৰত কৰ'ণা ৰোগীৰ সংখ্যা ১২৩ জনলৈ বৃদ্ধি

উল্লেখ্য যে,যিসকল লোক COVID 19 বিৰোধী যুঁজত নেতৃত্ব দি আছে সেইসকলে পৰ্যায়ক্ৰমে ২৮ জুনলৈকে নমুনা দিব লাগিব বুলি অৱগত কৰে জিলা উপায়ুক্তই ৷ আনহাতে, বৃহস্পতিবাৰে ধুবুৰী জিলাৰ পানবাৰী অৱস্থিত ৰাজপুত ৰেজিমেণ্টৰ প্ৰায় সোতৰ জন সেনা জোৱানৰো স্বাৱ টেষ্টৰ নমুনা সংগ্ৰহ কৰা বুলি জানিব পৰা গৈছে ৷ একেদৰে বহিঃৰাজ্যৰ পৰা অহা আন শ্ৰমিকসকলৰো স্বাৱ টেষ্টৰ নমুনা সংগ্ৰহ কৰা হয় ধুবুৰী অসামৰিক চিকিৎসালয়ত। উল্লেখযোগ্য যে, জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰীৰ লগতে আৰক্ষী প্ৰশাসন আৰু সংবাদকৰ্মী সকলৰো স্বাৱ টেষ্টৰ নমুনা সংগ্ৰহ কৰা হব বুলি জানিব পৰা গৈছে।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.