ETV Bharat / state

বিলাসীপাৰাত নদীত গা ধুবলৈ গৈ মৃত্যু কিশোৰীৰ

author img

By

Published : May 3, 2020, 7:54 PM IST

নদীত গা ধুবলৈ গৈ মত্যু 15 বছৰীয়া কিশোৰীৰ ৷ মৃত কিশোৰী গৰাকী বিলাসীপাৰাৰ নুনমাটি 1 ম খণ্ডৰ আৰ্জুমা খাতুন বুলি জানিব পৰা গৈছে ৷

student dies due to drowning
বিলাসীপাৰাত নদীত গা-ধুবলৈ গৈ মৃত্যু কিশোৰীৰ

পশ্চিম বিলাসীপাৰা, 3 মে' : লক্ ডাউনৰ মাজতে বিলাসীপাৰাত শোকাবহ ঘটনা ৷ সমনীয়াৰ সৈতে নদীত গা ধুবলৈ গৈ মৃত্যু হ'য় এগৰাকী কিশোৰীৰ ৷

দেওবাৰে দুপৰীয়া সমনীয়াৰ সৈতে গা ধুবলৈ গৈ ব্ৰহ্মপুত্ৰৰ সুঁতিৰ গভীৰ পানীত পৰি মৃত্যু হ'য় আৰ্জুমা খাতুনৰ ৷ মৃত কিশোৰী গৰাকী নুনমাটি 1 ম খণ্ডৰ আতোৱাৰ ৰহমানৰ কন্যা আৰ্জুমা খাতুন বুলি জানিব পৰা গৈছে ৷

পৰৱৰ্তী সময়ত শালকোচা আৰক্ষীয়ে পানীৰ পৰা কিশোৰী গৰাকীক উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷

কিশোৰী গৰাকীৰ অকাল মৃত্যুত সমগ্ৰ অঞ্চলটোত শোকৰ ছা পৰিছে ৷

লগতে পঢ়ক : ৰমজানৰ মাজতে দুই ফৈদৰ সংঘৰ্ষত জ্বলিল মছজিদ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.