- ধুবুৰীৰ কাচাৰীহাট বজাৰত আৰক্ষীৰ অভিযান
- অভিযানত এখন ষ্টেচনাৰী দোকানৰ পৰা জব্দ বৃহৎ পৰিমাণৰ বিলাতী সুৰা
- কৃষ্ণা মোহন ৰায় নামৰ ব্যৱসায়ীজনে নিজৰ ষ্টেচনাৰী দোকানত গোপনভাৱে বিক্ৰী কৰিছিল বিলাতী সুৰা
- জিলা উপ আৰক্ষী অধীক্ষক ত্ৰিণয়ন ভূঞাৰ নেতৃত্বত এটা দলে অভিযান চলায় জব্দ কৰে সুৰাখিনি
ধুবুৰীত জব্দ বৃহৎ পৰিমাণৰ বিলাতী সুৰা - Assam
জিলা উপ আৰক্ষী অধীক্ষক ত্ৰিণয়ন ভূঞাৰ নেতৃত্বত এটা দলে চলায় অভিযান
ধুবুৰীত জব্দ বৃহৎ পৰিমাণৰ বিলাতী সুৰা
- ধুবুৰীৰ কাচাৰীহাট বজাৰত আৰক্ষীৰ অভিযান
- অভিযানত এখন ষ্টেচনাৰী দোকানৰ পৰা জব্দ বৃহৎ পৰিমাণৰ বিলাতী সুৰা
- কৃষ্ণা মোহন ৰায় নামৰ ব্যৱসায়ীজনে নিজৰ ষ্টেচনাৰী দোকানত গোপনভাৱে বিক্ৰী কৰিছিল বিলাতী সুৰা
- জিলা উপ আৰক্ষী অধীক্ষক ত্ৰিণয়ন ভূঞাৰ নেতৃত্বত এটা দলে অভিযান চলায় জব্দ কৰে সুৰাখিনি
Intro:ধুবুৰীৰ কাচাৰীহাট বজাৰত নিশা আৰক্ষীৰ অভিযান। ষ্টেচনাৰী দোকানৰ পৰা জব্দ হল বৃহৎ পৰিমাণৰ বিলাতী সুৰা।
Body:
গ্ৰামঞ্চলৰ বজাৰত ষ্টেচনাৰী দোকানত বিক্ৰী হয় বিলাতী সুৰা। সীমান্তৰ কাচাৰীহাট বজাৰৰ এই ঘটনা। গোপন তথ্যৰ ভিত্তিত আজি নিশাৰ ভাগত ধুবুৰীৰ ভাৰত বাংলা সীমান্তৱৰ্তী বজাৰ খনত চলিল আৰক্ষীৰ অভিযান। জিলা উপ আৰক্ষী অধীক্ষক তৃণয়ন ভূঞাৰ নেতৃত্বত আৰক্ষীৰ দল এটাই কাচাৰীহাট বজাৰৰ এখন ষ্টেচনাৰী দোকানত অভিযান বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ কৰিবলৈ সক্ষম হয়। বজাৰ খনৰ প্ৰতিষ্ঠিত ব্যৱসায়ী কৃষ্ণা মোহন ৰায়ে নিজৰ ষ্টেচনাৰী দোকানত মজুত ৰাখি অতি গোপনীয় ভাবে বিক্ৰী কৰিছিল বিলাতী সুৰা। অৱশেষত আৰক্ষীয়ে গোপন তথ্যৰ ভিত্তিত অভিযান চলাই জব্দ কৰিবলৈ সক্ষম বিলাতী সুৰাখিনি। Conclusion:উল্লেখযোগ্য যে, গ্ৰামঞ্চলৰ একাংশ পান দোকান আৰু ষ্টেচনাৰী দোকানত এইদৰে বিলাতী সুৰা বিক্ৰী কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে। এতিয়া আৰক্ষীয়ে পৰৱৰ্তী সময়ত অভিযান কিদৰে চলায় সেয়াই লক্ষণীয় বিষয়।
ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।