- ধুবুৰীৰ তিনি নং বালিৰ চৰত উদ্ধাৰ নৱজাতকৰ মৃতদেহ
- কুকুৰে ভক্ষণ কৰা অৱস্থাত স্থানীয় ৰাইজে উদ্ধাৰ কৰে মৃতদেহটো
- পাছত ঘটনাস্থলীত আৰক্ষীৰ এটা দল আহি উদ্ধাৰ কৰে নৱজাতকৰ মৃতদেহটো
- মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰক্ষীয়ে
ধুবুৰীত উদ্ধাৰ নৱজাতকৰ মৃতদেহ - নৱজাতকৰ মৃতদেহ উদ্ধাৰ
কুকুৰে ভক্ষণ কৰা অৱস্থাত স্থানীয় ৰাইজে উদ্ধাৰ কৰে মৃতদেহটো ৷
ধুবুৰীত উদ্ধাৰ নৱজাতকৰ মৃতদেহ
- ধুবুৰীৰ তিনি নং বালিৰ চৰত উদ্ধাৰ নৱজাতকৰ মৃতদেহ
- কুকুৰে ভক্ষণ কৰা অৱস্থাত স্থানীয় ৰাইজে উদ্ধাৰ কৰে মৃতদেহটো
- পাছত ঘটনাস্থলীত আৰক্ষীৰ এটা দল আহি উদ্ধাৰ কৰে নৱজাতকৰ মৃতদেহটো
- মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰক্ষীয়ে
Intro: মানৱ সমাজক লজ্জানত কৰা এক ঘটনা। ধুবুৰীত নৱজাতকৰ মৃতদেহ উদ্ধাৰ। ধুবুৰী চহৰৰ তিনি নং বালিৰ চৰত এই চাঞ্চল্যকৰ ঘটনা।
Body: সভ্য সমাজক পুনৰবাৰ কলংকিত কৰা এক চাঞ্চল্যকৰ ঘটনা। সভ্য সমাজৰ পৰা যেন হেৰাই গৈছে মানৱতা। তাৰেই এক উদাহৰণ দেখা পোৱা গল ধুবুৰীত। কাৰণ ধুবুৰী চহৰত উদ্ধাৰ হল নৱজাতকৰ মৃতদেহ। কুকুৰে ভক্ষণ কৰা অৱস্থাত উদ্ধাৰ কৰিলে স্থানীয় ৰাইজে। দৰাচলতে বিয়লিৰ ভাগত হঠাৎ এটা কুকুৰে কামুৰি লৈ গৈ আছিল এটি নৱজাতকৰ মৃতদেহ। ধুবুৰী চহৰৰ তিনি নং ৱাৰ্ডৰ বালিৰচৰ এলেকাৰ এইখন পথেৰে কুকুৰে মৃতদেহটো ভক্ষণ কৰাৰ বাবে লৈ যোৱাৰ মুহূৰ্তত প্ৰত্যক্ষ কৰে স্থানীয় একাংশ ৰাইজে। পিছত আৰক্ষীক খবৰ দিয়াত ঘটনা স্থলীত ধুবুৰী আৰক্ষীৰ দল এটাই উপস্থিত হৈ নৱজাতকৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে। কোনোবা নিষ্ঠুৰ দানৱৰূপী পিতৃ মাতৃয়ে এই জঘন্য কাণ্ড সংগঠিত কৰা বুলি সন্দেহ কৰা হৈছে। যদিওঁ এই ঘটনাই লজ্জানত কৰিছে অঞ্চলটোৰ সভ্য সমাজক।
Byte:- স্থানীয় ৰাইজ।।
উল্লেখযোগ্য যে, মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰি তদন্ত আৰম্ভ কৰিব বুলি উল্লেখ কৰে ধুবুৰী আৰক্ষীয়ে।
Byte:- আৰক্ষী বিষয়া
Conclusion: উল্লেখযোগ্য যে, এই ঘটনাই সভ্য মানৱ সমাজৰ পৰা মানৱতা হেৰাই গৈছে তাকেই প্ৰমাণ কৰিছে।
ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।