ETV Bharat / state

যুৱতীক প্ৰেমৰ চলেৰে প্ৰতাৰিত কৰি জেললৈ গ’ল যুৱক

author img

By

Published : Jan 29, 2020, 9:10 PM IST

প্ৰেমৰ চলনাৰে যুৱতীক প্ৰতাৰণা যুৱকৰ ৷ বিলাসীপাৰাত সংঘটিত হ’ল এই ঘটনা ৷ জেললৈ যাব লগা হ’ল প্ৰৱঞ্চক প্ৰেমিক ৷

Love Fraud in Bilashipara
যুৱতীক প্ৰেমৰ চলেৰে প্ৰতাৰিত কৰি জেললৈ গ’ল যুৱক

বিলাসীপাৰা, 29 জানুৱাৰীঃ পুনৰ সংঘটিত হ’ল প্ৰেম প্ৰতাৰণাৰ ঘটনা ৷ ৰঙাঘৰৰ আলহী হ’ল প্ৰতাৰক হিচাপে অভিযুক্ত এগৰাকী যুৱক ৷ বিলাসীপাৰাত সংঘটিত হৈছে এনে এক ঘটনাৰ ৷ মিছক’লত চিনাকী হৈ প্ৰেমৰ পৰ্যায় পালে এহাল যুৱক-যুৱতী ৷ ঘটনা অনুসৰি মঙলদৈৰ কুলদ্বীপ হাজৰিকা নামৰ যুৱকে নিজকে মুন্না হুছেইন নামৰে পৰিচয় দি বিলাসীপাৰাৰ এগৰাকী মুছলমান সম্প্ৰদায়ৰ যুৱতীৰ সৈতে কৰি আছিল প্ৰেমৰ সম্পৰ্ক ৷ নিজকে আৰক্ষী বুলি পৰিচয় দি প্ৰেমৰ অভিনয় ৰচি থকা বুলি অভিযোগ উত্থাপিত কৰে যুৱতীগৰাকী তথা সম্বন্ধীয়ই ৷

আনহাতে বিগত দুমাহ ধৰি চলাই আছিল এই ভুৱা প্ৰেমৰ সম্পৰ্ক ৷ মঙলবাৰে নিশা কুলদ্বীৰ হাজৰিকা ওৰফে মুন্না হুছেইনে বিলাসীপাৰাত উপস্থিত হয় আৰু আৰু যুৱতীগৰাকীক বিয়া কৰোৱাৰ প্ৰলোভন দিয়ে ৷ কিন্তু যুৱতীগৰাকীক ভুৱা বিয়াৰ প্ৰলোভন দি অসৎ কাৰ্য সংঘটিত কৰা বুলি অভিযোগ উত্থাপন কৰে যুৱতীগৰাকীয়ে ৷ ইয়াৰ পিচত নিশাই যুৱকগৰাকীয়ে যুৱতীগৰাকীক এৰি পলায়নৰ চেষ্টা চলাওঁতেই ধৰা পৰে ৰাইজৰ হাতত ৷ পৰবৰ্তী সময়ত ৰাইজে যুৱকজনৰ প্ৰকৃত পৰিচয় বিচাৰ কৰি বিলাসীপাৰা থানাত চমজাই দিয়ে ৷ সম্প্ৰতি প্ৰতাৰক যুৱকজনৰ বিৰুদ্ধে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷ আনহাতে এই ঘটনাই সমগ্ৰ অঞ্চলটোত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷

আৰু পঢ়কঃঅৰ্থৰ অভাৱত চিকিৎসাৰ পৰা বঞ্চিত ডুমডুমাৰ শিৱানী !

Intro:Slug:Bilasipara.illegal relationship hindu boy Muslim girl,
Date - 29/01/1/2020
A. I - মুছলমান পৰিচয় দি এজন হিন্দু যুৱকে এগৰাকী মুছলমান যুৱতীৰ সৈতে প্ৰথমে প্ৰেমৰ অভিনয় তাৰ পিছত দৈহিক সম্পৰ্ক গঢ়ি তুলি ৰঙাঘৰৰ আলহী হোৱা ঘটনাই ব্যপক চাঞ্চল্যৰ সৃষ্টি কৰিছে বিলাসীপাৰাত |

Body:V. O - হয় এইবাৰ বিলাসীপাৰাত সংঘটিত হৈছে লাভ জেহাদৰ ওলোটা দিশ | প্ৰথমে মোৱাইল ফোনত মিছ ক'ল , তাৰ পিছত বাৰ্তালাপ পৰবৰ্তী সময়ত প্ৰেম | মঙ্গলদৈৰ এজন হিন্দু সম্প্ৰদায়ৰ যুৱক জনে নিজকে মুন্না হুছেইন বুলি পৰিচয় দি বিলাসীপাৰাৰ বান্ধৱপাৰাৰ এগৰাকী যুৱতীৰ সৈতে বিগত দুমাহ ধৰি চলাই আহিছে প্ৰেমৰ অভিনয় | প্ৰকৃততে মঙ্গলদৈৰ কুলদ্বীপ হাজৰিকা নামৰ যুৱক জনে নিজকে ইণ্ডিয়ান পুলিচ বুলি পৰিচয় দিয়ে | নিজৰ প্ৰকৃত পৰিচয় লুকুৱাই যুৱক জনে বিগত দুমাহে বান্ধৱপাৰাৰ মুছলিম সম্প্ৰদায়ৰ যুৱতী গৰাকীৰ সৈতে চলাই আহিছে ভুৱা প্ৰেমৰ অভিনয় | মঙ্গলবাৰে নিশা কুলদ্বীপ হাজৰিকা ওৰফে মুন্না হুছেইনে মঙ্গলদৈৰ পৰা আহি বিলাসীপাৰাত উপস্থিত হয় | পিছত যুৱতী গৰাকীৰ ঘৰত উপস্থিত হৈ বিয়া কৰাৰ প্ৰলোভন দি যুৱতী গৰাকীৰে গঢ়ি তোলো দৈহিক সম্পৰ্ক | ইয়াৰ পিছত নিশা যুৱতী গৰাকীক এৰি থৈ পলায়নৰ চেষ্টা চলাওঁতেই ৰাইজৰ হাতত ধৰা পৰে | পৰবৰ্তী সময়ত ৰাইজে যুৱক জনৰ প্ৰকৃত পৰিচয় উদ্ধাৰ কৰি বিলাসীপাৰা থানাত চমজাই দিয়ে | সম্প্ৰতি লম্পট যুৱক জনক আৰক্ষীয়ে সোধ পোছ আৰম্ভ কৰিছে | এই ঘটনাই সমগ্ৰ অঞ্চলটোত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে |Conclusion:Byte 1 দুৰ্ভগীয়া যুৱতী ,
2 স্থানীয় নাগৰিক |
পশ্চিম বিলাসীপাৰাৰ পৰা
আমিনুৰ ইছলাম
ইটিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.